Fake Note Seized:মিজোৰামৰ চাম্পাইত বৃহৎ জাল নোটৰ চক্র উৎখাত

WhatsApp Image 2022 12 29 at 14.42.54

Fake Note Seized:

চুবুৰীয়া মিজোৰামত আৰক্ষীৰ অভিযান ৷ ৰাজ্য খনৰ চম্পাই আৰক্ষীয়ে অৰ্তকিতে চলোৱা অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ জাল নোট

চম্পাইৰ জটলাঙৰ পৰা জব্দ হোৱা জালনোটৰ পৰিমাণ ৮ লাখ ৫২ হাজাৰ ৫০০ টকা ৷ আৰক্ষীয়ে জালনোট সৰবৰাহৰ স’তে জড়িত ছয়জন লোককো মিজো আৰক্ষীয়ে আটক কৰে ৷

ধৃত জালনোট সৰবৰাহ কেইটা হ’ল লালথাং মাওইয়া, ৰোছাং জুৱাল, লাল্টলানজোভা, লালুননজাউভা, লালহৃয়াট পুইয়া আৰু লালবিয়াক্ট লুৱাংগা ৷

মিজো আৰক্ষীয়ে অধিক তথ্যৰ বাবে নোট পেডলাৰ কেইটাক মাৰাথন জেৰা চলাইছে ৷

Exit mobile version