Agp:প্ৰধান মন্ত্ৰী মোদীৰ মাতৃৰ বিয়োগত অগপৰ শোক

WhatsApp Image 2022 12 30 at 20.04.58

Agp:

ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদীৰ বিযোগত অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই গভীৰ শোক প্ৰকাশ কৰিছে।

এগৰাকী বিনয়ী আৰু নিস্বাৰ্থ সমাজসেৱী হিচাপে সমাজৰ প্ৰতি আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে মাতৃ গৰাকী সদায় স্মৰণীয় হৈ থাকিব বুলি উল্লেখ কৰি বৰাই এক শোকবাৰ্তাত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তইয়ো দেশৰ প্ৰধানমন্ত্ৰী মোদীৰ মাতৃৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

Exit mobile version