Guwahti Deer:গুৱাহাটী মহানগৰীৰ ৰাজপথত হৰিণৰ মুক্ত বিচৰণ

WhatsApp Image 2022 12 31 at 13.12.25

Guwahti Deer:

শনিবাৰে নিশা গুৱাহাটী মহানগৰীৰ ৰাজপথত হৰিণৰ মুক্ত চফৰ ৷ নিশা ২-৩০ বজাত ভি আই পি পথত এট হৰিণে মুক্তভাৱে বিচৰণ কৰি থকা দৃশ্য কেমেৰাত বন্দী কৰে পথচাৰীয়ে

মহানগৰৰ ৰাজপথলৈ নিশা ক’ৰ পৰা আহিল হৰিণ ৷ সন্দেহ কৰা মতে জাপৰিগোগৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা আহিছে হৰিণটো ৷

নিশাই স্থানীয় লোকে চিৰিয়াখানা কতৃৰ্পক্ষক হৰিণা বিচৰণৰ বিষয়ে অৱগত কৰিছে ৷

Exit mobile version