kamakhy Station Ganja Seized :মহানগৰীৰ কামাখ্যা ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

WhatsApp Image 2022 12 31 at 13.21.23

kamakhy Station Ganja Seized :

ৰে’লেৰে বহি:ৰাজ্যলৈ সৰবৰাহ কৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় জি আৰ পি আৰু আৰ পি এফে ৷ লগতে সৰবৰাহৰ স’তে জড়িত এগৰাকী মহিলাকো আটক কৰে ৰে’ল আৰক্ষীয়ে ৷

মালিগাঁৱৰ কামাখ্যা ৰে’ল ষ্টেচনত আগৰতলাৰ পৰা অসম হৈ বিহাৰলৈ নিয়াৰ পৰিকল্পনাৰে বৃহৎ পৰিমাণৰ গাঞ্জাৰ পেকেট লুকুৱাই ৰাখিছিল সৰবৰাহকাৰীয়ে

জি আৰ পি আৰু আৰ পি এফে বিশেষ সূত্ৰৰ পম খেদি অৰ্তকিতে কামাখ্যা ৰে’ল ষ্টেচনতে অভিযান চলাই জব্দ কৰে গাঞ্জাৰ পেকেট সমূহ ৷

Exit mobile version