Nf Railway Two Spl Train:যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে

উত্তৰ-পূব সীমান্ত ৰে'লৱে দুখন নতুন বিশেষ ৰে'ল সেৱা

4eada504 9f3a 4af3 9ff3 726b2123fb9b

Nf Railway Two Spl Train :

যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে যাত্ৰীৰ সুবিধা হোৱাকৈ দুখন বিশেষ ৰে’ল চলাচলৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷

সেই অনুসৰি মঙলবাৰে ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ পৰা গুজৰাটৰ ওখালৈ এখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে একেদৰে পাঁচ আৰু আৰু ১৯ জানুৱাৰীত ডিব্ৰুগড়ৰ পৰা তামিলনাডুৰ তাহ্মাৰামলৈ আন এখন বিশেষ ৰে’লৰ দিহা কৰিছে এন এফ ৰে’লৱে ।

Exit mobile version