Congress : ৰাহুলৰ ভাৰত জোড়ো যাত্রাৰ মাজতেই চিকিৎসালয়ত চিকিৎসাধীন ছোনিয়া গান্ধী

96733784

Congress :

কংগ্রেছৰ (Congress) শীর্ষ নেত্রী ছোনিয়া গান্ধী (Sonia Gandhi) হাস্পাতালত চিকিৎসাধীন । অৱশ্যে কোনো ধৰণৰ গুৰুতৰ অসুস্থতাৰ বাবে নহয়, বৰঞ্চ বুধবাৰে ‘ৰুটিন চেক আপ-ত হাসপাতালত ভৰ্তি কৰোৱা হয় তেওঁক ।

সাম্প্রতিক অতীতত দুবাৰ কৰ’নাত (COVID) আক্রান্ত হৈছে তেওঁ । ফলত বয়সৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ ওপৰত বিশেষ দৃষ্টি ৰখা হৈছে ।

Exit mobile version