New Rajbhawan : বিকাশৰ বাবে এদিন, খাৰঘূলিত নতুন ৰাজভৱনৰ ভূমিপূজন-শিলান্যাস

Screenshot 450

New Rajbhawan :

◾ খাৰঘূলিত নিৰ্মাণ হ’ব ৰাজ্যৰ নতুন ৰাজভৱন ।
◾ আজি নতুন ৰাজভৱনৰ আধাৰশিলা স্থাপন আৰু ভূমিপূজন ।
◾ শিলান্যাসত উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাসহ ৰাজ্যপাল জগদীশ মুখী ।
◾ ৰাজ্যপালে ব্যৱহাৰ কৰা পুৰণি ৰাজভৱন অতিথিশালা হিচাপে ব্যৱহাৰ কৰা হ’ব ।
◾ ৰাজভৱনৰ সচিবালয়ৰ কাম পুৰণি স্থানৰ পৰা অব্যাহত থাকিব ।

◾ ৪১কোটি ৩২লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব ৷

Exit mobile version