India’s victory :বৰ্ষাপাৰাত ভাৰত – শ্ৰীলংকাৰ প্ৰথমখন এদিনীয়াত ৰোমাঞ্চকৰ জয়লাভ ভাৰতৰ

WhatsApp Image 2023 01 10 at 21.39.33

India’s victory :

বৰ্ষাপাৰাত ভাৰত – শ্ৰীলংকাৰ প্ৰথমখন এদিনীয়াত ৰোমাঞ্চকৰ জয়লাভ ভাৰতৰ ৷

৬৭ ৰাণত জয় টীম ইণ্ডিয়াৰ ৷ প্ৰথমে বেটিং কৰি ভাৰতে আঠ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ৩৭৩ ৷

আনহাতে শ্ৰীলংকাই আঠ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৩০৬ ৰাণ ৷

Exit mobile version