Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Joshimath Disaster : যিকোনো মুহূর্তত ভাঙিব পাৰে বাসগৃহ ! তথাপি ভেটি এৰিবলৈ অপ্ৰস্তুত জোশীমঠৰ অধিকাংশ বাসিন্দা

publisher by publisher
January 10, 2023
in India, News
Reading Time: 1 min read
0
Joshimath Disaster : যিকোনো মুহূর্তত ভাঙিব পাৰে বাসগৃহ ! তথাপি ভেটি এৰিবলৈ অপ্ৰস্তুত জোশীমঠৰ অধিকাংশ বাসিন্দা
2
SHARES
21
VIEWS
ShareShareShareShare

Joshimath Disaster :

ADVERTISEMENT

প্রাণ গ’লেও যাওক, কিন্তু ঘৰৰ বাহিৰত এখোজো নিদিওঁ ! এই দাবী জোশীমঠৰ বাসিন্দাসকলৰ একাংশৰ । তেওঁলোকৰ দাবী, মৃত্যুৱে শ্ৰেয় । কিন্তু ককা-আজুককাৰ ভেটি-মাটি এৰি ক’তো নাজাও ।

RelatedPosts

উত্তৰাখণ্ডৰ ২৫খন গাঁৱত বিয়াত নিষিদ্ধ দামী উপহাৰ! 

পুনৰ উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণ! সন্ধনহীন কমেও ১০জন

পুনৰ ডাৱৰ বিস্ফোৰণত হোৱা ধাৰাসাৰ বৰষুণত বিধ্বস্ত ডেৰাডুন, সন্ধানহীন বহু

গাড়োৱাল হিমালয়ৰ ‘ক্ষয়িষ্ণু’ জনবসতি জোশীমঠৰ দুশখনৰো অধিক বাসগৃহত ইতিমধ্যে ‘ৰেড ক্রছ’ কৰি দিয়া হৈছে । ইয়াৰ অর্থ এই বাসগৃহসমূহ বসবাসৰ বাবে নিৰাপদ নহয় । বাসগৃহ এৰি আশ্রয় শিবিৰত লৈ যোৱাৰ বিষয়ে সোমবাৰে প্রশাসনৰ তৰফৰ পৰা জোশীমঠৰ এই পৰিয়ালসমূহৰ স’তে আলোচনা কৰা হয় । কিন্তু জোশীমঠ এৰিবলৈ অপ্ৰস্তুত সেই পৰিয়ালৰ একাংশ ।

সেই পৰিয়ালৰে এগৰাকী গৃহকর্তা লক্ষ্মীপ্রসাদ সতী । ৭৮ বছৰীয়া এই বৃদ্ধাৰ বাসগৃহকো ৰঙা সতর্কতা জাৰি কৰা হৈছে । ‘মালাৰি ইন’ আৰু ‘মাউন্ট ভিউ’ নামে যি দুখন হোটেল ভাঙি পেলোৱাৰ সিদ্ধান্ত লোৱা হৈছে, সেয়া তেওঁৰ বাসগৃহৰ নিচেই কাষত । সেয়ে প্রশাসনৰ তৰফৰ পৰা তেওঁক আৰু তেওঁৰ পৰিয়ালৰ সদস্যক আশ্রয় শিবিৰলৈ লৈ যোৱাৰ কথা কোৱা হয় । কিন্তু বৃদ্ধা লক্ষ্মীপ্রসাদ মান্তি নহয় ।

joshimath declared disaster affected area latest eng news 1550824 1

তেওঁৰ স্পষ্ট কথা, ‘‘আমি বাহিৰৰ পৰা অহা নাই । আমাৰ জন্ম ইয়াতেই । আমাৰ পূর্বপুৰুষসকল এইখন ঘৰতেই আছিল । প্রশাসনে কি কৰিছে ? ম‌ই এই ঘৰ এৰি ক’তো নাযাওঁ ।’’ তেওঁ যদি বাসগৃহতে মৃত্যুক সাৱটিবলগীয়া হয়, তেন্তে তেওঁ তাতো প্ৰস্তুত বুলি মন্তব্য কৰে ।

লক্ষ্মীপ্রসাদৰ দৰে আন কিছুসংখ্যক বাসিন্দায়ো দাবী কৰিছে । ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে, বাসগৃহ এৰি অস্থায়ী আশ্রয় শিবিৰত থাকিবৰ বাবে প্রতিটো পৰিয়ালক পৰৱর্তী ছমাহৰ বাবে প্রতি মাহে ভাৰা বাবদ চাৰি হেজাৰ টকাকৈ দিয়া হ’ব ।

অৱশ্যে তাতো এই পৰিয়ালসমূহ সন্তুষ্ট নহয় বুলি প্রশাসন সূত্রে খবৰ । মঙলবাৰে পুনৰ এই পৰিয়ালসমূহৰ স’তে আলোচনা কৰা হ’ব বুলি প্রশাসন সূত্রে খবৰ ।

photo

সোমবাৰে জোশীমঠত নতুনকৈ আৰু ৬৮টা বাসগৃহত ফাট মেলা দেখা যায় । ইয়ৰ পাছতে জোশীমঠৰ বিস্তীর্ণ অঞ্চল পৰিদর্শন কৰে উত্তৰাখণ্ডৰ মুখ্য সচিব এছ‌এছ সান্ধুৱে । তেওঁ নির্দেশ দিয়ে, বর্তমান পৰিস্থিতিত প্রতিটো মিনিট গুৰুত্বপূর্ণ আৰু শীঘ্ৰে যেন অঞ্চলৰ বাকী বাসিন্দাসকলকো অন্য স্থানলৈ স্থানান্তৰ কৰা হয় । ইয়াৰ পাছৰ পৰা জোশীমঠৰ বাসিন্দাসকলক আশ্রয় শিবিৰত নিবলৈ অধিক তৎপৰ হয় প্রশাসন ।

প্রসংগত, যোৱা দুই জানুৱাৰীৰ পৰা গাড়োৱাল হিমালয়ৰ সৰু জনবসতিৰ অঞ্চল জোশীমঠত ঠায়ে ঠায়ে খহনীয়া হৈছে । এটাৰ পাছত আনটো বাসগৃহত ফাট মেলিছে । পথতো য’তে ত’তে ফাট মেলা দেখা গৈছে ।

মাটিৰ তলৰ পৰা অদ্ভুত শব্দ শুনিবলৈ পোৱা গৈছে । ইয়াৰ পাছতেই জোশীমঠৰ আতংকিত স্থানীয়সকলে তেওঁলোকক স্থানান্তৰ কৰাৰ দাবীত ওলাই আহিছে বাসিন্দাসকল ।

সম্প্ৰতি সেই অঞ্চলৰ বাসিন্দাসকলক অন্য স্থানত পুনর্বাসন দিয়ার কাৰ্য অব্যাহত আছে । যোৱা দেওবাৰে জোশীমঠক ‘বসবাসৰ অনুপযোগী’ বুলিও ঘোষণা কৰিছে উত্তৰাখণ্ড চৰকাৰে । বর্তমান ভূমিস্খলন ক্ষতিগ্রস্ত ঘৰৰ সংখ্যা বাঢ়ি হৈছে ৬৭৮টা । প্রশাসনৰ তৰফৰ পৰা এই পর্যন্ত মুঠ ৮২টা পৰিয়ালক নিৰাপদ আশ্রয় শিবিৰলৈ লৈ যোৱা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Joshimath DisasterUttarakhand
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d