Fire: মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড,জুইত ভস্মীভূত এটা বাসগৃহ

WhatsApp Image 2023 01 16 at 3.22.47 PM 1

Fire:
ভোগালী বিহুৰ আনন্দ উছাহৰ মাজতে মহানগৰীৰ লখৰাৰ বৰবাকাৰাত নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। অৰ্চনা তেৰাংপী নামৰ মহিলাগৰাকীৰ চৌহদৰ ভাড়াঘৰৰ পৰাই জুইৰ সূত্ৰপাত হয় ৷

সন্দেহ কৰা মতে বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডটো সংঘটিত হয় | বিধ্বংসী অগ্নিকাণ্ডৰত বাসগৃহটোা সকলো ঘৰৰ সকলো সা-সামগ্রী জুইত জাঁহ যায় | অগ্নিকাণ্ডৰ মাজতে এটা চিলিণ্ডাৰো বিস্ফোৰিত হয় |

অগ্নিকাণ্ডৰ পাছতে অগ্নি নিৰ্বাপক বাহিনীয়ে আহি বহু সময় প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপিত কৰিবলৈ জুই সক্ষম হয় |

Exit mobile version