Pava Forest Reserve:লখিমপুৰৰ পাভ ৰিজাৰ্ভত গড়ৰ মুক্ত বিচৰণ

WhatsApp Image 2023 01 17 at 2.26.49 PM

Pava Forest Reserve:

লক্ষিমপুৰৰ পাভ ৰিজাৰ্ভৰ উচ্ছেদস্থলীত গড়ৰ মুক্ত বিচৰণ। আজি পুৱাৰ ভাগত আধাখনাৰ অঞ্চলত গড়টো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।

ADVERTISEMENT

পথাৰৰ সৰিয়হতলীৰ মাজেৰে বহু সময় বিচৰণ কৰা গড়টোৱে আৱাসিক অঞ্চলত অৱস্থান লোৱা বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে পাভ অঞ্চলত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতি তদাৰক কৰি গড়টো উভতাই পথাবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷

Exit mobile version