Cm video Conference:নতুন দিল্লীৰ পৰা ভিডিঅ কনফাৰেন্সিঙ বৈঠকত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

WhatsApp Image 2023 01 18 at 2.35.07 PM 1

Cm video Conference:

নতুন দিল্লীস্থিত অসম হাউচৰ পৰা আজি এক ভিডিঅ’ কনফাৰেন্সৰ যোগেদি ৰাজ্যৰ চিকিৎসালয়সমূহৰ আন্তঃগাঁথনিৰ বৰ্তমানৰ অৱস্থাৰ পৰ্যালোচনা কৰে অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই

উক্ত বৈঠকত ৰাজ্যৰ বিভিন্ন নিৰ্মাণাধীন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মানকাৰ্যৰ অগ্ৰগতি খতিয়ান লোৱাৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে এইচ. এণ্ড এফ ডব্লিউ বিভাগক চিকিৎসালয়সমূহত আগতীয়া আন্তঃগাঁথনি সোমোৱাৰ বাবে এক কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে সংশ্লিষ্ট শীৰ্ষ আমোলা- বিষয়াক ৷

বৈঠকত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ উপস্থিত থাকে।

Exit mobile version