Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Weird Laws : আপুনিও পৰিকল্পনা কৰিছে নেকি জাপানত থকাৰ, সাৱধান !

আপোনাৰ অলপ অসাৱধানতাই হ'ব পাৰে শাস্তিৰ কাৰণ

publisher by publisher
January 5, 2023
in International, News
Reading Time: 2 mins read
0
Weird Laws : আপুনিও পৰিকল্পনা কৰিছে নেকি জাপানত থকাৰ, সাৱধান !
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

জাপানত ৭.৫ প্ৰাবল্যৰ তীব্ৰ ভূমিকম্প — উত্তৰ-পূৰ্ব উপকূলত চুনামিৰ সতৰ্কতা

জাপানৰ জলসীমাত চিনা জাহাজ আটক: তাইৱানক কেন্দ্ৰ কৰি পুনৰ উত্তেজনা তীব্ৰ

৩২ কোটি টকাত বিক্রী হ’ল এটা মাছ

Weird Laws :

ADVERTISEMENT

সুকুমাৰ ৰয়ৰ ‘একুছা আইন’ কমিকখন মনত আছেনে ? ‘শিৱ ঠাকুৰৰ নিজৰ দেশ’ৰ সকলো আইন অতি আচহুৱা । কোনোবাই পিছলি গ’লেও ২১ টকাৰ জৰিমনা দিব লাগে । সন্ধিয়া ছয় বজাৰ আগতে হামিয়াবলৈও টিকট কিনিব লাগিব ।

একেদৰে প্ৰতিখন দেশৰ একোটাকৈ নিয়ম আছে । এখন দেশত শাস্তি নোপোৱা কামক আন এখন দেশত অপৰাধ বুলি গণ্য কৰা হয় । জাপানত বহুতো অপৰাধৰ শাস্তি দিয়া হয় যিবোৰ আন দেশত অপৰাধ নহয় ।

বাৰিষা কালত ৰাস্তাত পানী জমা হ’লে আমি সাধাৰণতে দুয়োফালে চাই ৰাস্তা পাৰ হ‌ওঁ । কিন্তু হঠাৎ কোনোবা দিশৰ পৰা তীব্ৰবেগী গাড়ী আহিলে ৰাস্তাৰ বোকা পথচাৰীৰ ওপৰত পৰে । এই ঘটনাত পথচাৰীসকল বিৰক্ত হ’লেও গাড়ী চালকসকলে গন্তব্যস্থানলৈ গাড়ী চলাই যায় । কিন্তু জাপানত এই কাম শাস্তিযোগ্য ।

বাৰিষা পথত গাড়ী চলোৱাৰ সময়ত চালকৰ সন্মুখত কোনো পথচাৰী আহিলে গাড়ীৰ গতি কমাই দিব লাগে । গাড়ী চলাই থাকোঁতে ৰাস্তাৰে গৈ থকা পথচাৰীৰ ওপৰত যাতে বোকা নিছিটিকে । কিন্তু যদি কোনো গাড়ী চালকে এই নিয়ম মানি নচলে আৰু গাড়ীৰ তীব্ৰ গতিৰ বাবে ৰাস্তাৰ বোকা পথচাৰীৰ ওপৰত ছিটিকি পৰে, তেন্তে গাড়ী চালকে ভাৰতীয় মুদ্ৰাত প্ৰায় ৪,৫০০ টকা জৰিমনা ভৰিব লাগিব ।

জাপানৰ লোকসকলে যিকোনো সময়তে ঘৰৰ ডাষ্টবিনত ৰখা আৱৰ্জনা লৈ বাহিৰলৈ ওলাই যাব নোৱাৰে । যদি কোনোৱে ভাবে মাজনিশা বা পুৱাৰ ভাগত ৰাস্তাৰ কাষত আৱৰ্জনাৰে ভৰা মোনা এটা থৈ যাব আৰু আৱৰ্জনা চফা কৰা গাড়ীখনে আহি ৰাতিপুৱা বেগটো লৈ যাব – সেয়া সম্ভৱ নহয় ।

সপ্তাহৰ কিছুমান নিৰ্দিষ্ট দিনত যেতিয়া অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলে নিৰ্দিষ্ট সময়ত অঞ্চলটো চফা কৰিবলৈ আহে, তেতিয়া সকলোকে জাবৰ-জোঁথৰ লৈ ওলাই যাবলৈ নিৰ্দেশ দিয়া হয় । জাপানৰ ৰাজপথত মাজে মাজে বনৰীয়া ৰেকুন বিচৰণ কৰে। সিহঁতে আৱৰ্জনাৰ মোনাবোৰ ফালি পথছোৱা লেতেৰা কৰিব পাৰে । ইয়াৰ উপৰি সেই আৱৰ্জনাৰ বাবে হঠাৎ অগ্নিসংযোগ হ’ব পাৰে । সেয়ে এই নিয়ম ।

বন্ধু-বান্ধৱী বা সহকৰ্মীসকলে একেলগে খাবলৈ ক’ৰবালৈ গ’লে কেতিয়াবা সুৰাপান কৰা দেখা যায় । কিন্তু কেতিয়াবা এই খোৱা অধিবেশনবোৰত সুৰাপন ভাল নোপোৱা দুই এজনো উপস্থিত থাকে । বহুসময়ত তেঔঁলোকক মদ খাবলৈ বাধ্য কৰা হয় । ভাৰত বা আন কোনো দেশত এই কাৰ্যক অপৰাধ বুলি গণ্য কৰা হোৱা নাই যদিও জাপানত ইয়াক অপৰাধ বুলি গণ্য কৰা হয় । জাপানত কাৰোবাক জোৰকৈ মদ খোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

‘ৱাকি টকি’ৰ জৰিয়তে ইজনে সিজনৰ লগত সহজেই যোগাযোগ ৰাখিব পাৰি । কিন্তু জাপানত এই বিষয়ত কঠোৰ নিয়ম আছে । আন দেশৰ পৰা কিনা ৱাকি টকি জাপানত ব্যৱহাৰ কৰিব নোৱাৰি ।

জাপানে গুৰুত্বপূৰ্ণ তথ্য প্ৰেৰণৰ বাবে তেওঁলোকৰ ৰেডিঅ’ নেটৱৰ্ক ব্যৱহাৰ কৰে । জাপানত আন এখন দেশৰ ৱাকি টকি ব্যৱহাৰ কৰিলে সেই নেটৱৰ্কত ব্যাঘাত জন্মিব পাৰে । এই নিৰ্দেশ অমান্য কৰিলে এবছৰৰ কাৰাদণ্ড বা ভাৰতীয় মুদ্ৰাত ছয় লাখ ৩১ হেজাৰ টকা জৰিমনা বিহা হ’ব পাৰে ।

মিনি স্কাৰ্ট বা বিকিনি ড্ৰেছ – এই ধৰণৰ যিকোনো চুটি দৈৰ্ঘ্যৰ পোছাক য’ত ভৰিৰ কিছুমান উন্মুক্ত অংশ পৰিলক্ষিত হয় । জাপানত ১৯৪৮ৰ ‘লাইট ক্ৰাইমছ এক্ট’ অনুসৰি এগৰাকী মহিলাই ৰাজহুৱা স্থানত উৰু আৰু ভৰিৰ পিছফালৰ অংশ উন্মোচন কৰিব নোৱাৰে । যদি কোনোবাই এই নিৰ্দেশ অমান্য কৰে তেন্তে তেওঁক ২৯ দিন পৰ্যন্ত কাৰাগাৰত ৰখা হয় । অৱশ্যে বৰ্তমান এই নিয়ম কোনেও পালন নকৰে । সময়ৰ সোঁতত জাপানীসকল সকলো ধৰণৰ সাজ-পোছাকত অভ্যস্ত।

১৯৬০লৈকে জাপানৰ পথত বগা আৰু ৰঙা গাড়ী চলোৱাটো এক প্ৰকাৰৰ নিষিদ্ধ আছিল । জৰুৰীকালীন গাড়ী, এম্বুলেন্স, আৰক্ষী বা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ বাবে বগা আৰু ৰঙা ৰং ব্যৱহাৰ কৰা হৈছিল । ব্যক্তিগত বাহন আৰু এনে বাহন চিনাক্তকৰণৰ সুবিধাৰ বাবে এই নিয়ম প্ৰৱৰ্তন কৰা হৈছিল। অৱশ্যে এই নিয়ম এতিয়া পালন কৰা নহয় ।

২০০৮ৰ জাপানৰ মেটাব’ আইন অনুসৰি প্ৰত্যেকৰে এটা নিৰ্দিষ্ট বয়সৰ পাছত প্ৰত্যেকে তেওঁলোকৰ কঁকাল জোখিব লাগে । ৪০ বছৰ বয়সৰ পাছত বছৰত এবাৰ হ’লেও কঁকাল জুখিব লাগে ।

পুৰুষৰ ক্ষেত্ৰত কঁকালৰ জোখ ৮৫.০৯ চে.মি. আৰু মহিলাৰ ৮৯.৯২ চে.মি. যদি কঁকালৰ জোখ ইয়াতকৈ বেছি হয় তেন্তে ব্যায়াম আৰু খাদ্যৰ জৰিয়তে ইয়াক সঠিক আকাৰলৈ ঘূৰাই আনিব লাগিব । সাধাৰণতে ৪০ৰ পৰা ৭৪ বছৰলৈকে জুখিব লাগে ।

যদি কোনো চুবুৰীয়াৰ চিঠি-পত্ৰ ভুলৱশতঃ আপোনাৰ ঘৰত আহি যায়, তেন্তে আমি নিৰ্দিষ্ট ঘৰলৈ প্ৰেৰণ কৰি দিওঁ । কিন্তু জাপানত সেই কাৰ্য্য অপৰাধতুল্য ।

জাপানৰ আইন অনুযায়ী যদি কোনো চুবুৰীয়াৰ চিঠি ভুলতে আহি যায় তেন্তে সেই চিঠিখন ডাকঘৰলৈ ঘূৰাই দিব লাগে । চিঠিখন পুনৰ শুদ্ধ ঠিকনালৈ ডাকঘৰৰ দ্বাৰা প্ৰেৰণ কৰা হ’ব । প্ৰেৰক আৰু গ্ৰাহকৰ গোপনীয়তা অটুট ৰাখিবলৈ এই নিয়ম প্ৰৱৰ্তন কৰা হৈছে ।

জাপানত কেৱল স্বাস্থ্যজনিত সমস্যা বা কৰ্মসূত্ৰে দম্পতীয়ে পৃথকে পৃথকে থাকিব পাৰে । ইয়াৰ উপৰি কোনো দম্পতীক সুকীয়া স্থানত দীৰ্ঘদিন থাকিবলৈ দিয়া নহয় । জীৱন-যাপনৰ ব্যয় আৰু বিবাহ বিচ্ছেদৰ সংখ্যা হ্ৰাস কৰিবলৈ এই নিয়ম প্ৰৱৰ্তন কৰা হৈছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: JapanWeird Laws
publisher

publisher

Related Posts

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d