Sarbanandra Sonowal:কাব্যঋষি নীলমণি ফুকনৰ বাসগৃহত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল

Sarbanandra Sonowal :

কাব্যঋষি নীলমণি ফুকনৰ গুৱাহাটীৰ মালিগাঁওস্থিত বাসগৃহত আজি উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বাসগৃহত উপস্থিত হৈ সদ্যপ্ৰয়াত কবিগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনায় আৰু বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে। লগতে ফুকনৰ শোকস্তব্ধ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে।

Exit mobile version