Assamese Actor Pranjit Das Passes Away : জনপ্ৰিয় ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা প্ৰাণজিৎ দাসৰ দেহাৱসান

9099b751 028b 433c 8edb ad6291609977

Assamese Actor Pranjit Das Passes Away :

ভ্ৰাম্যমাণৰ বলিষ্ঠ অভিনেতা প্ৰাণজিৎ দাসৰ দেহাৱসান

অভিনয় কৰি থাকোতেই অসুস্থ হৈ পৰিছিল অভিনেতাজন ।

তাৰ পাছতে মেট্ৰ’ হাস্পতালত চিকিৎসাধীন হৈ আছিল প্ৰাণজিৎ দাসৰ।

ব্ৰেইন ষ্টোকত আক্ৰান্ত হৈছিল প্ৰাণজিৎ দাস ।

আজি চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে।

বহু কেইখন নাটকেৰে দৰ্শকৰ মন জয় কৰিছিল প্ৰাণজিৎ দাসে।

Exit mobile version