Film Maker Passed Away : বিশিষ্ট চলচ্চিত্ৰ পৰিচালক গুণসিন্ধু হাজৰিকাৰ দেহাৱসান

a01b1a96 ccef 4d3d b391 2742d3a03e0b

Film Maker Passed Away :

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক গুণসিন্ধু হাজৰিকাৰ দেহাৱসান ৷ মহানগৰীৰ হেঙেৰাবাৰীস্থিত নিজ বাসগৃহত ইহলীলা সম্বৰণ প্ৰবীণ চলচ্চিত্ৰ পৰিচালকগৰাকীৰ ৷

চলচ্চিত্ৰ পৰিচালক গুণসিন্ধু হাজৰিকাৰ শেষকৃত্য আজি মহানগৰ জিলা প্ৰশাসনৰ দ্বাৰা সম্পন্ন হ’ব । ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জিলা প্ৰশাসনক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে।

মন্ত্ৰী বিমল বৰাই জনালে এই কথা।

Exit mobile version