Bokajan : বোকাজানত জব্দ অবৈধ অৰুণাচলী সুৰা

524dd7ca 593d 445c bb01 ca1086251145

Bokajan :

বৰপথাৰ আৰক্ষীৰ নাকা তালাচিত জব্দ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক।

অৰুণাচলৰ পৰা মণিপুৰলৈ চোৰাংভাবে নিমখৰ বস্তাৰ তলত কৌশলেৰে সৰবৰাহৰ চেষ্টা কৰিছিল ।

NL-01L-7862 নম্বৰৰ ট্ৰাকত উদ্ধাৰ সুৰাখিনি।

এহেজাৰ কাৰ্টুন বিয়েৰৰ বটলৰ স’তে আৰক্ষীয়ে জিতেন সিং আৰু শিৱ কুমাৰ নামৰ দুজন লোকক আটক কৰিছে ।

জব্দকৃত সুৰাখিনিৰ মূল্য ১৪ লাখ টকা।

Exit mobile version