Anti Corruption Raid :ওদালগুৰিত হাত দাঙিলে এজনে

ধন লৈ থকা অৱস্থাত হাতে-লোতে কৰায়ত্ব বিষয়াজন হ'ল লাচিত বড়ো

WhatsApp Image 2023 02 03 at 5.44.52 PM 1

Anti Corruption Raid :

ওদালগুৰিত পুনৰ হাত দাঙিলে এজনে ৷ দুনীৰ্তি নিবাৰক শাখাই অৰ্তকিতে চলোৱা অভিযানত আটক এজন চৰকাৰী বিষয়া। ধন লৈ থকা অৱস্থাত হাতে-লোতে কৰায়ত্ব কৰা বিষয়াজন হ’ল লাচিত বড়ো।

বড়ো হৈছে ধনশিৰি বন সংমণ্ডলৰ বীট অফিচাৰ । বনজ সম্পদ সৰবৰাহৰ ক্ষেত্ৰত এগৰাকী লোকৰ পৰা ধন লোৱাৰ সময়তে হাতে লোতে দুনীৰ্তি নিবাৰক শাখাই ধৰে লোকজনক ।

Exit mobile version