Teachers Protest : চছলত অসম প্ৰাদেশীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষকৰ প্ৰতিবাদ

c92977d1 7d58 46f0 9f46 9fa35a8841b4

Teachers Protest :

ন্যায্য প্ৰাপ্যৰ দাবীত আজি মহানগৰীৰ চছলত সদৌ অসম প্ৰাদেশীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষকৰ উত্তাল প্ৰতিবাদ। শিক্ষকৰ নামত টিউটৰ সজোৱাৰ প্ৰতিবাদত এইদৰে ধৰ্ণাত বহিল শ শ শিক্ষক।

উল্লেখ্য যে শিক্ষকৰ নামত টিউটৰ সজাই ৩৬০ টকাৰ মজুৰি দি শিক্ষক সকলৰ প্ৰতাৰনা কৰি অহাৰ অভিযোগ কৰে ধৰ্ণাকাৰী সকলে। ধৰ্ণাকাৰী শিক্ষকৰ হুংকাৰ শীৰ্ঘেই চৰকাৰে তেওঁলোকৰ দাবী মানি নল’লে ব্যাপক আন্দোলন গঢ়ি তুলিব ৷

Exit mobile version