Home News Assam Guwahati Pollution : ভয়ংকৰ প্ৰদূৰ্ষণৰ গ্ৰাসত মহানগৰী ধূলিৰে চানি ধৰে গুৱাহাটীৰ আকাশ বতাহ By publisher 1 year Ago ShareShareShareShare Guwahati Pollution : গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ ৷ ধূলিৰে চানি ধৰে গুৱাহাটীৰ আকাশ বতাহ । বৰষুণৰ অভাৱত ধূলিময় হৈ পৰিছে চৌপাশ। মহানগৰ খনৰ আকাশ হৈ পৰিছে ধূসৰ । ধূলিৰে ধূসৰিত পৰিৱেশে জনস্বাস্থ্যৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে । গছ-গছনি,বন- লতা,ঘৰ- দুৱাৰ সকলো ধূলিৰে আবৰি পেলাইছে ৷ এজাক বৰষুণৰ অপেক্ষাত মহানগৰবাসী ৷ যোৱা তিনিটা মাহৰ অনাবৃষ্টিৰ বাবেই ধূলিৰে ধুষৰিত হৈ পৰা মহানগৰৰ বায়ুমণ্ডল একপ্ৰকাৰ প্ৰদূষিত হৈছে ৷ মহানগৰীৰ বায়ুমণ্ডলত প্ৰদুষিত বিষয়টোক চৰকাৰে অতি গুৰুত্ব সহকাৰে লোৱাটো কামনা কৰিছে মহানগৰৰৰ সচেতন মহলে ৷ Categories: Assam, News Tags: AIR POLLUTIONGuwahati Related Content ICC Could Issue an Arrest Warrant Against Benjamin Netanyahu:নেতানিয়াহুৰ বিৰুদ্ধে আইচিচিয়ে জাৰি কৰিব পাৰে গ্রেপ্তাৰী পৰোৱানা By publisher May 1, 2024 Temperatures Rise in Several States of the Country:দেশৰ একাধিক ৰাজ্যত উষ্ণতা বৃদ্ধিত ৰেড এলাৰ্ট জাৰি By publisher May 1, 2024 Chirang:কাজলগাঁৱত নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰি ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ চৰকাৰী শিক্ষকৰ By publisher May 1, 2024 State Bjp Pressmeet:কংগ্ৰেছৰ সমাবেশলৈ নাহে কোনো থলৱা ভূমিপুত্র By publisher May 1, 2024 Piyanka Gandhi Visit Dhubri: ধুবুৰীত ৰকিবলৰ হৈ প্ৰচাৰ চলালে প্ৰিয়ংকা গান্ধীয়ে By publisher May 1, 2024 Cooking gas cylinder prices fell:দাম কমিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ! By publisher May 1, 2024