Home News Assam Guwahati Pollution : ভয়ংকৰ প্ৰদূৰ্ষণৰ গ্ৰাসত মহানগৰী ধূলিৰে চানি ধৰে গুৱাহাটীৰ আকাশ বতাহ By publisher 2 years Ago ShareShareShareShare Guwahati Pollution : গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ ৷ ধূলিৰে চানি ধৰে গুৱাহাটীৰ আকাশ বতাহ । বৰষুণৰ অভাৱত ধূলিময় হৈ পৰিছে চৌপাশ।ADVERTISEMENT মহানগৰ খনৰ আকাশ হৈ পৰিছে ধূসৰ । ধূলিৰে ধূসৰিত পৰিৱেশে জনস্বাস্থ্যৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে । গছ-গছনি,বন- লতা,ঘৰ- দুৱাৰ সকলো ধূলিৰে আবৰি পেলাইছে ৷ এজাক বৰষুণৰ অপেক্ষাত মহানগৰবাসী ৷ যোৱা তিনিটা মাহৰ অনাবৃষ্টিৰ বাবেই ধূলিৰে ধুষৰিত হৈ পৰা মহানগৰৰ বায়ুমণ্ডল একপ্ৰকাৰ প্ৰদূষিত হৈছে ৷ মহানগৰীৰ বায়ুমণ্ডলত প্ৰদুষিত বিষয়টোক চৰকাৰে অতি গুৰুত্ব সহকাৰে লোৱাটো কামনা কৰিছে মহানগৰৰৰ সচেতন মহলে ৷ Share this: Click to share on X (Opens in new window) X Click to share on Facebook (Opens in new window) Facebook Click to share on LinkedIn (Opens in new window) LinkedIn Click to share on WhatsApp (Opens in new window) WhatsApp More Click to share on Pinterest (Opens in new window) Pinterest Click to share on Telegram (Opens in new window) Telegram Categories: Assam, News Tags: AIR POLLUTIONGuwahati Related Content Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প'ৰ্টেল By publisher June 7, 2025 Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী By publisher June 7, 2025 Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ By publisher June 7, 2025 Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ By publisher June 7, 2025 Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ By publisher June 7, 2025 Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক By publisher June 7, 2025