Hollywood Actor Leonardo Dicaprio : কাজিৰঙাত বিজত বৰ্ষত গড় নিধন শূন্য হোৱাৰ বাবে

হলীউডৰ অভিনেতা লিঅনার্ডো ডিকেপ্ৰিঅ'বন বিভাগক উচ্চ প্ৰশংসা

959c210a 9820 4cd6 aa75 f91a5ac1f94b

Hollywood Actor Leonardo Dicaprio :

এশিঙিয়া গড়ৰ বিচৰণস্থলী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিগত বৰ্ষত এটাও গড় নিধন নোহোৱা বাবে হলীউডৰ বলিষ্ঠ অভিনেতা লিঅনার্ডো ডিকেপ্ৰিঅ’ ই প্ৰশংসা কৰিছে অসমৰ বন বিভাগক ৷

গড়ৰ ফটোৰ স’তে নিজৰ ইনষ্টাগ্ৰামত কাজিৰঙা সম্বন্ধীয় এটি লিখনি প’ষ্ট কৰিছে অস্কাৰ বিজয়ী অভিনেতা গৰাকীয়ে ৷উল্লেখ্য যে, প’ষ্ট কৰা ফটোখনৰ ফটোগ্ৰাফাৰ জন হ’ল ৰয়টাৰৰ অসমৰ প্ৰতিনিধি প্ৰতিষ্ঠিত ফটো সাংবাদিক আনোৱাৰ হাজৰিকা ৷

Exit mobile version