Two Held with Fake Note In Nagaon:নগাঁৱত ৩৩ লাখ টকাৰ জালনোটসহ দুজনক গ্ৰেপ্তাৰ

WhatsApp Image 2023 02 09 at 13.14.42

Two Held with Fake Note In Nagaon:

নগাঁও আৰক্ষীয়ে এক অভিযান চলাই চহৰ খনৰ ধিং গেটৰ পৰা দুজন জালনোট ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে । লগতে তেওঁ লোকৰ পৰা ৩৩লাখ ৫২হেজাৰ ৫০০টকাৰ ভাৰতীয় জালনোট জব্দ কৰে।

আটকাধীন লোক দুজন হৈছে জুৰীয়াৰ শ্বৰাফৎ আলি আৰু নুৰ হুছেইন লগতে আৰক্ষীয়ে AR 01 N 3120 নম্বৰৰ এখন ছুইফট ডিজায়াৰো জব্দ কৰিছে।

নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক(ক্ৰাইম) ৰূপজ্যোতি কলিতাৰ নেতৃত্বত চলিছিল এই অভিযান |

Exit mobile version