G S Road Fire : গুৱাহাটীৰ জি এছ ৰোডত বিধ্বংসী অগ্নিকাণ্ড

পাৰ্কিংত থকা চাৰিচকীয়া বাহন ভস্মীভূত

05f5e9eb 84d2 4da8 8453 3d929317b93e

G S Road Fire :

মহানগৰীৰ জি এছ ৰোডৰ চিলভাৰ স্কোৱেত পাৰ্কিঙত শনিবাৰে সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত হয় এখন চাৰিচকীয়া বাহন ৷ জুইৰ সূত্ৰপাত হয়৷

তথ্য অনুসৰি জুইৰ সূত্ৰপাত হয় পার্কিঙত থকা এখন চাৰিচকীয়া বাহনৰ পৰা ৷ বাহন খন মেৰামতি কৰি থকা অৱস্থাতে হঠাৎ জুই লাগে ৷ পলকতে ভস্মীভূত হয় বাহন খন ৷

ইতিমধ্যে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷ একেদৰে আৰক্ষীও উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

Exit mobile version