Sankar Sangkha : শ্ৰীমন্ত শংকৰদেৱ শংকৰ জোনাই অধিবেশনৰ ধৰ্ম ধবজা অৱনমিত-সামৰণি

fe61112b 6361 471b a600 01ccc3f90131 1

Sankar Sangkha :

সামৰণি পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশন। আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত আন্তৰিকতাৰে সেৱা আগবঢ়োৱা ভকত-বৈষ্ণৱ, সেৱক-সেৱিকাৰ চকু সেমেকি উঠিল জোনাই চেৰেণ পথাৰত।

উল্লেখ্য, অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, একশৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তক, যুগদ্ৰষ্টা, সৰ্ব গুণাকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই অধিবেশন শুক্ৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ ঘটে আৰু আজি অন্ত পৰে ।

Exit mobile version