Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Udyam 2023 : ৰাজ্যৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে উদ্যম ২০২৩

publisher by publisher
February 12, 2023
in Assam, News
Reading Time: 2 mins read
0
Udyam 2023 : ৰাজ্যৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে উদ্যম ২০২৩
1
SHARES
11
VIEWS
ShareShareShareShare

Udyam 2023 :

ৰাজ্যৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত কাইলৈৰ পৰা কেবাখনো জিলাক সামৰি ন খন ঠাইত আৰম্ভ হ’ব উদ্যম ২০২৩,এম এছ এম ই ব্যৱসায় আৰু বাণিজ্য সন্মিলন।

ADVERTISEMENT

আজি দিছপুৰত আয়োজিত এক সংবাদ মেলত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই এই কথা সদৰি কৰে।

RelatedPosts

Minister Bimal Bora : নাহিদৰ বঁটা বিতৰ্কক লৈ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ প্ৰতিক্ৰিয়া

নিমাতীঘাটৰ শোকাৱহ নাও দুৰ্ঘটনাত মুখ্যমন্ত্ৰী ডঃ বিশ্ব শৰ্মাৰ উদ্বিগ্নতা প্ৰকাশ

শিল্পী অৰুণ দাসলৈ অসম চৰকাৰৰ আৰ্থিক সাহাৰ্য

In today’s extremely competitive and dynamic world, marketing plays a crucial role in the growth, survival of the Micro, Small & Medium Enterprise (MSME) sector along with the suitable skill sets coupled with creativity, innovation, and cutting edge technology.

1/8 pic.twitter.com/79CgQN4WWZ

— Bimal Borah (Modi Ka Parivar) (@BimalBorah119) February 12, 2023

ৰাজ্যৰ ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ খণ্ডৰ ব্যৱসায়ক এক নতুন গতি প্ৰদান কৰিবলৈ উদ্যোগ বিভাগে এই উদ্যম ২০২৩ ৰ আয়োজন কৰা বুলিও উদ্যোগ মন্ত্রী বড়াই কয়।

সংবাদ মেলত মন্ত্রী গৰাকীয়ে জানিবলৈ দিয়া মতে অহা ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ কোকৰাঝাৰ, বাগছা,চিৰাং, বৰপেটা, বঙাইগাঁও আৰু ধুবুৰী জিলাক সামৰি তামুলপুৰত, ১৫ -১৯ফেব্ৰুৱাৰীলৈ নগাঁও, মৰিগাঁও আৰু হোজাইক সামৰি নগাঁৱৰ নেহৰু বালিত, একে সময়তে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাওক সামৰি তৰালাংছুত, ২০-২৪ফেব্ৰুৱাৰীত শোণিতপুৰ আৰু বিশ্বনাথক সামৰি তেজপুৰত, যোৰহাট আৰু গোলাঘাটক সামৰি ২০ৰ পৰা ২৪ ফেব্ৰুৱাৰী ফেব্ৰুৱাৰীলৈ যোৰহাটত, নলবাৰী, গোৱালপাৰা, কামৰূপ আৰু কামৰূপ মহানগৰক সামৰি ২১-২৫ ফেব্ৰুৱাৰীলৈ উত্তৰ গুৱাহাটীত, ২২-২৬ফেব্ৰুৱাৰীলৈ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিক সামৰি শিলচৰত, ২৫ ফেব্ৰুৱাৰীৰ পৰা ১মাৰ্চলৈ ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ আৰু তিনিচুকীয়াক সামৰি দুলীয়াজানত আৰু ২৬ ফেব্ৰুৱাৰীৰ পৰা দুই মাৰ্চলৈ দৰং আৰু ওদালগুৰি জিলাক সামৰি টংলাত উদ্যম ২০২৩,এম এছ এম ই ব্যৱসায় আৰু বাণিজ্য সন্মিলন অনুষ্ঠিত হ’ব।

লখিমপুৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ পৰিচালনাত অনুষ্ঠিতব্য এই ৰাজ্যিক পৰ্যায়ৰ সন্মিলনত এম এছ এম ই গোট সমূহৰ উৎপাদিত পণ্য বিক্ৰীৰ লগতে ৰপ্তানি পদ্ধতি, ব্ৰেণ্ডিং আৰু পেকেজিং, কৃষি আৰু আনুসংগিক ক্ষেত্ৰ, খাদ্য সংশোধন, মাংস সংশোধন, পি এম এফ এম ই, পি এম ই জি পি আচনি, পৰ্যটন ক্ষেত্র আদিৰ সম্ভাৱনা তথা উদ্যমিতা সন্দৰ্ভত আলোচনা চক্ৰ অনুষ্ঠিত হ’ব।

এই সন্মিলনত প্ৰায় পাচ হেজাৰ ক্ষুদ্ৰ উদ্যোগে অংশ গ্ৰহণ কৰিব বুলি ব্যক্ত কৰি মন্ত্রী বড়াই ইয়াৰে তিনি হেজাৰ উদ্যোগীয়েও যদি সঠিক ৰূপত ব্যৱসায় কৰিবলৈ সক্ষম হয় তেন্তে অসমৰ উদ্যোগ খণ্ডই এক বেলেগ ৰূপ পৰিগ্ৰহ কৰিব বুলি তেও আশা প্ৰকাশ কৰে।

এই দিশত চৰকাৰৰ তৰফৰ পৰা উদ্যোগী সকলক সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা হ’ব বুলিও সংবাদ মেলখনত মন্ত্রী গৰাকীয়ে ব্যক্ত কৰে। পি আৰ অ’, উদ্যোগ মন্ত্রী, অসম।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bimal BorahUdyam 2023
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d