Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Chandra Mohan Patwari : অসম কাঠ ভিত্তিক উদ্যোগ সন্দৰ্ভত অংশীদাৰ সন্মিলনত অংশগ্ৰহণ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

অৰ্থনৈতিক অগ্ৰগতি নিশ্চিত কৰাৰ সমান্তৰালভাৱে বনাঞ্চলৰ আৱৰণ বৃদ্ধিৰ বাবে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ : পাটোৱাৰী

publisher by publisher
February 14, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Chandra Mohan Patwari : অসম কাঠ ভিত্তিক উদ্যোগ সন্দৰ্ভত অংশীদাৰ সন্মিলনত অংশগ্ৰহণ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ
2
SHARES
23
VIEWS
ShareShareShareShare

Chandra Mohan Patwari :

পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত আজি গুৱাহাটীত আয়োজিত অসম কাঠ ভিত্তিক উদ্যোগ (প্ৰচাৰ আৰু উন্নয়ন) নিয়মাৱলী, ২০২২ আৰু ট্ৰিচ আওটচাইদ ফৰেষ্ট ( বহনক্ষম ব্যৱস্থাপনা) নিয়মাৱলী, ২০২২ সম্পৰ্কীয় অংশীদাৰ সন্মিলনত অংশগ্ৰহণ কৰে পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

ADVERTISEMENT

মন্ত্ৰী গৰাকীয়ে কাঠ ভিত্তিক উদ্যোগ আৰু অৰণ্যৰ বাহিৰৰ গছ-গছনিৰ বৈপ্লৱিক পৰিৱৰ্তন সাধনেৰে অসম চৰকাৰৰ বৃহৎ সেউজ অৰ্থনীতিৰ পৰিকল্পনা সন্দৰ্ভত এখন সংবাদমেলো সম্বোধন কৰে।

RelatedPosts

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰশাসনিক বিষয়াৰ সালসলনি

Gaurav Gogoi Pressmeet:মহানগৰীৰ বেলতলাত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ চাৰিদলৰ উমৈহতীয়া সংবাদমেল

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

উল্লেখযোগ্য যে ২০২৩ চনৰ জানুৱাৰী মাহত অসম কাঠ ভিত্তিক উদ্যোগ (প্ৰচাৰ আৰু উন্নয়ন) নিয়মাৱলী, ২০২২ আৰু অৰণ্যৰ বাহিৰৰ গছ (বহনক্ষম ব্যৱস্থাপনা) নিয়ম, ২০২২ৰ অধিসূচনা প্ৰৱৰ্তন কৰি অসম দেশৰ ভিতৰতে এই ক্ষেত্ৰত অগ্ৰণী ৰাজ্য হিচাপে পৰিগণিত হৈছে ।

দুয়োখন আইন নিয়ম সেউজ আৱৰণ বৃদ্ধিৰ লক্ষ্য পূৰণৰ বাবে প্ৰৱৰ্তন কৰা হৈছে । ইয়াৰ দ্বাৰা জলবায়ু পৰিৱৰ্তন লাঘৱ কৰা, শক্তি আৰু সম্পদৰ কাৰ্যক্ষমতা বৃদ্ধি কৰা, জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশতন্ত্ৰৰ ক্ষতি ৰোধ কৰা কাৰ্য্যকলাপত ৰাজহুৱা আৰু ব্যক্তিগত বিনিয়োগৰ দ্বাৰা আয়ৰ বৃদ্ধিক উৎসাহিত কৰিবলৈ আৰু স্থানীয় সেউজ অৰ্থনীতিক উৎসাহ যোগোৱাৰ লক্ষ্য স্থিৰ কৰা হৈছে ।

নীতিসমূহৰ বিষয়ে অৱগত কৰি বনমন্ত্ৰীগৰাকীয়ে কয় যে এই নিয়মসমূহ কাৰ্যকৰী কৰাৰ জৰিয়তে ৰাজ্যখনে দেশৰ ভিতৰতে সাঁচী গছৰ ব্যৱসায়ৰ ৰাজধানী হ’বলৈ সাজু হৈছে ।

অসমত কাঠ ভিত্তিক উদ্যোগ খণ্ডৰ গৌৰৱ ঘূৰাই অনাৰ ই এক সবল প্ৰয়াস । মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে এই নিয়মাৱলীৰ লক্ষ্য হৈছে অসমৰ কৃষি জলবায়ুৰ সম্ভাৱনাৰ ব্যৱহাৰ কৰি কৃষকৰ জীৱিকা বৃদ্ধিৰ বাবে অৰণ্যৰ বাহিৰত বৃক্ষ ৰোপনৰ ক্ষেত্ৰত বিপ্লৱ অনাৰ লগতে পৰিৱেশগতভাৱে বহনক্ষম পদ্ধতিৰে অসমৰ কাঠ ভিত্তিক উদ্যোগসমূহৰ কেঁচামালৰ চাহিদা পূৰণ কৰা ।

পাটোৱাৰীয়ে কয় যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম চৰকাৰে ৰাজ্যখনৰ বনাঞ্চলৰ আৱৰণ বৰ্তমানৰ ৩৬%ৰ পৰা ৩৮%লৈ বৃদ্ধি কৰাৰ প্ৰয়াস কৰিছে।

কিন্তু সমান্তৰালভাৱে ৰাজ্যৰ কৃষকসকলকো অৰ্থনৈতিক লাভৰ বাবে চণ্ডন, সাঁচি আদি উচ্চ মূল্যৰ গছ ৰোপণ কৰিবলৈ উৎসাহিত কৰা হৈছে বুলিও তেওঁ কয়।

বনমন্ত্ৰীগৰাকীয়ে লগতে জনাইছে যে এতিয়া এজন কৃষকে বনাঞ্চলৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ বাহিৰত ৰোপণ কৰা গছবোৰ অনলাইনত পঞ্জীয়ন কৰিব পাৰিব আৰু উপযুক্ত সময়ত সেই গছবোৰ কটাৰ বাবে কৃষকে অনলাইনযোগে আবেদন কৰিব পাৰিব।

এই প্ৰক্ৰিয়াই কৃষকসকলৰ বাবে অনুমোদন লাভৰ ব্যৱস্থাটো যথেষ্ট সহজ কৰি তুলিব । বনমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে ‘’আমি ৰাজ্যখনত প্লাইউড উদ্যোগৰ বিকাশৰ বাবে কমসময়তে বৃদ্ধি হোৱা আৰু অধিক উৎপাদনশীল বৃক্ষ ৰোপণৰ চিন্তা-চৰ্চা কৰি আছোঁ।

তাৰোপৰি আমাৰ চৰকাৰে গোলাঘাটত আগৰ বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছে আৰু আমি ৰাজ্যৰ সাঁচি কাঠ ভিত্তিক উদ্যোগসমূহৰ বিকাশৰ জৰিয়তে ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন সাধনৰ বাবে পদক্ষেপ গ্ৰহন কৰিছোঁ ।’’

আজিৰ সংবাদমেলত বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Forest Minister Chandra Mohan PatwariGuwahatiWood Based Industries Meeting
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d