Gold Seized In Guwahati Railway Station:গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বুজন পৰিমাণৰ সোণ

WhatsApp Image 2023 02 14 at 12.50.48

Gold Seized In Guwahati Railway Station:

গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বুজন পৰিমাণৰ সোণ ৷ ৰে’ল আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি মঙলবাৰে গুৱাহাটী ৰে’ল ষ্টেচনত দুজন লোকৰ পৰা জব্দ কৰে প্ৰায় ১কেজি ৩ গ্রাম সোণ ৷

লগতে গ্ৰেপ্তাৰ কৰে আছলাম শ্বেখ আৰু হাফিজুৰ য়াছিন নামৰ সোণ পেডলাৰ দুজনক ৷ জব্দকৃত সোণ খিনিৰ মূল্য প্রায় ৬০ লাখ টকা হ’ব বুলি নিশ্চিত কৰিছে ৰে’ল আৰক্ষীয়ে ৷

Exit mobile version