Rahul Gandhi : অধ্যয়ন কৰা কেমব্রিজ বিশ্ববিদ্যালয়ত ভাষণ দিব ৰাহুলে

download 2 1

Rahul Gandhi :

বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীৰ সন্মুখত বক্তব্য ৰাখিব কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে। প্রকাশিত বাতৰি অনুসৰি, বিশ্ববিদ্যালয়খনৰ স্কুল অৱ বিজনেছৰ শিক্ষাৰ্থীসকলক সম্বোধন কৰিব কংগ্ৰেছ সাংসদজনে।

ADVERTISEMENT

সম্প্রতি এই কথা নিজে সামাজিক মাধ্যমত বক্তব্য কৰিলে ৰাহুলে। উল্লেখ্য যে কেমব্রিজ বিশ্ববিদ্যালয়তে ৰাহুলে অধ্যয়ন কৰিছিল আৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন হিচাপে কেমব্ৰিজত ভাষণ ৰাখিবলৈ আমন্ত্ৰণ লাভ কৰি আনন্দ প্রকাশ কৰিলে কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে। ভাৰত-চীন সম্পৰ্ক আৰু গণতন্ত্ৰৰ সন্দৰ্ভত ৰাহুলে কেমব্ৰিজত ভাষণ ৰখাৰ কথা।

Exit mobile version