Palashbari :
একমাত্ৰ যৌতুকৰ বাবেই বোৱাৰীক ৰছীৰে বান্ধি শাস্তি ।
এই ঘটনা সংঘটিত হৈছে অসমৰে এখন ঠাইত ।
মাত্ৰ পাঁচ দিন পূৰ্বেই জন্ম হোৱা সন্তানকো প্ৰহাৰৰ অভিযোগ ।
পলাশবাৰীত স্বামীৰ ঘৰৰ পৰিয়ালৰ লোকে এনেদৰে ৰছীৰে বান্ধি অত্যাচাৰ চলাইছে এগৰাকী মহিলাক ।