Guwahati Bamunimoidam Fire:মহানগৰীৰৰ বামুণীমৈদামত ভয়ংকৰ অগ্নিকাণ্ড

WhatsApp Image 2023 02 21 at 12.36.31 1

Guwahati Bamunimoidam Fire :

মহানগৰীৰ সদাব্যস্ত বামুণীমৈদামত ভয়ংকৰ অগ্নিকাণ্ড ৷ গণেশনগৰত সংঘটিত হোৱা বিধংসী অগ্নিকাণ্ডত এটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷

ৰবীন চৌধুৰী নামৰ লোকজনৰ বাসগৃহৰ মন্দিৰত জ্বলোৱা চাকিৰ পৰা অগ্নিকাণ্ডৰ সূত্রপাত হৈছিল বুলি জানিব পৰা গৈছে ৷

অগ্নিকাণ্ড সংঘটিতৰ পাছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ অগ্নিকাণ্ডত কে’বা লক্ষাধিক টকাৰ সামগ্রী জাহ যায় ৷

Exit mobile version