Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

World’s Longest River Cruise Enters Guwahati :গুৱাহাটীত প্ৰৱেশ কৰিলে বিশ্বৰ দীৰ্ঘতম নদী ক্রুজ জাহাজ সেৱা গংগা বিলাসে

বস্ত্ৰনগৰী শুৱালকুছি ভ্ৰমণ কৰি পাট-মুগা হস্ততাঁত বস্ত্ৰ উদ্যোগ প্ৰত্যক্ষ কৰে ২৮ গৰাকী, মহাপীঠ কামাখ্যা মন্দিৰ আৰু ৰাজ্যিক সংগ্ৰহালয় ভ্ৰমণ কৰিব গংগা বিলাসৰ পর্যটকসকলে

publisher by publisher
February 20, 2023
in India, Assam, News
Reading Time: 3 mins read
0
World’s Longest River Cruise Enters Guwahati :গুৱাহাটীত প্ৰৱেশ কৰিলে বিশ্বৰ দীৰ্ঘতম নদী ক্রুজ জাহাজ সেৱা গংগা বিলাসে
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

World’s Longest River Cruise Enters Guwahati :

বিশ্বৰ আটাইতকৈ দীঘল নদী ক্রুজ জাহাজ সেৱা গংগা বিলাস‘ এ আজি ইয়াৰ ৪২ দিনীয়া যাত্ৰা সম্পূৰ্ণ কৰি বিয়লি ৩:৩০ বজাত গুৱাহাটীত প্ৰৱেশ কৰিছেহি ৷

ADVERTISEMENT

গুৱাহাটীৰ পাণ্ডু বন্দৰত প্ৰৱেশ কৰাৰ লগে-লগে জাহাজখনৰ ২৮ গৰাকী বিদেশী পৰ্যটকক ভাৰতীয় অন্তর্দেশীয় জলমাৰ্গ প্ৰাধিকৰণ আৰু জিলা প্ৰশাসনৰ তৰফৰপৰা উষ্ম সাদৰ- সম্ভাষণ আৰু আতিথ্য প্ৰদান কৰা হয়।

অত্যাধুনিক গংগা বিলাস জাহাজখনক এছ এল সোৱণশিৰি আৰু এইচ পি টি আম্বেদকাৰ জাহাজ দুখনে ধুবুৰী বন্দৰৰপৰা আগবঢ়াই আনিছে ।

WhatsApp Image 2023 02 20 at 19.16.18জাহাজৰপৰা অৱতৰণ কৰাৰ পাছত পৰ্যটকসকলক সুস্বাদু অসম চাহ আৰু অন্যান্য থলুৱা খাদ্য সম্ভাৰেৰে আপ্যায়ন কৰা হয়৷ ব্ৰহ্মপুত্ৰত সন্ধিয়া সূৰ্যাস্তৰ মনোৰম দৃশ্যাৱলীৰে মধুৰ হৈ উঠা পৰিৱেশত তেওঁলোকৰ বাবে কাৰ্বি আৰু তিৱা নৃত্য প্ৰদৰ্শন কৰা হয়, যি উপভোগ কৰি পর্যটকসকল আহ্লাদিত হৈ পৰে ৷

পৰ্যটকসকলক আজি অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং, উপায়ুক্ত (কামৰূপ মেট্ৰ’) পল্লৱ গোপাল ঝা, ভাৰতীয় অন্তর্দেশীয় জলমার্গ প্ৰাধিকৰণৰ আঞ্চলিক সঞ্চালক এ ছেলভাকুমাৰ, এচিত্ৰছ পাৰ্থ পেগু প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকলে উষ্ম আদৰণি জনায়।

পৰ্যটকসকলে কাইলৈ ৰাতিপুৱা অসম ৰাজ্যিক সংগ্ৰহালয়ৰ উপৰি মহাপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰিব আৰু তাৰপাছতেই তান্ত্ৰিক লোকাচাৰৰ প্রাণকেন্দ্র মায়ং অভিমুখে যাত্ৰা আৰম্ভ কৰিব।

আজিৰ দিনটোৰ আৰম্ভণিতে পর্যটকসকলে অসমৰ বস্ত্ৰনগৰী শুৱালকুছিত উপস্থিত হৈ ঐতিহ্যমণ্ডিত হস্ততাঁত উদ্যোগ দর্শন কৰে৷ শিপিনীসকলৰ যাদুকৰী হাতৰ পৰশত প্ৰাণ পাই উঠা এই অপৰূপ শিল্পকলা প্ৰত্যক্ষ কৰি পৰ্যটকসকল মন্ত্রমুগ্ধ হৈ পৰে ৷

WhatsApp Image 2023 02 20 at 19.16.18 1বিশেষকৈ পাট-মুলা কাপোৰৰ যাদুকৰী আহিবোৰ দেখি তেওঁলোকে উচ্চ প্ৰশংসা কৰে৷ শিপিনীসকলে ভ্ৰমণকাৰী দলটোক অসমৰ হস্ততাঁত উদ্যোগৰ উৎকৃষ্টতা প্ৰদৰ্শন কৰে য’ত শিল্পীসকলৰ নিখুঁত প্ৰতিভা প্ৰতিফলিত হৈছে।

অসমত বিশ্বৰ দীৰ্ঘতম নদী ক্রুজ সেৱা ‘গংগা বিলাস’ জাহাজৰ আগমনৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ অভ্যন্তৰীণ জল পৰিবহণ খণ্ডত এক নতুন দিগন্তৰ সূচনা হোৱা বুলি কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে অভিহিত কৰিছে।

চলিত বৰ্ষৰ ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্রেগ্‌ অফ্‌ কৰাৰ পাছত গংগা বিলাসে বাৰাণসীৰপৰা যাত্ৰা আৰম্ভ কৰিছিল আৰু ভাৰতৰ উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগৰ লগতে বাংলাদেশৰ মাজেৰে ৩৯ দিনীয়া যাত্ৰা কৰি বিগত ১৭ ফেব্ৰুৱাৰীত অসমৰ ধুবুৰীত প্ৰৱেশ কৰিছিল ৷

পৃথিৱীৰ আটাইতকৈ দীঘল নদী ভ্রমণ হিচাপে অভিহিত হোৱা গংগা বিলাসৰ বাৰাণসীৰপৰা ডিব্ৰুগড়ৰ বগীবিল অভিমুখী যাত্ৰা এই মাহৰ শেষভাগত সম্পূৰ্ণ হোৱাৰ কথা আছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GuwahatiRiver Cruise EntersSualkuchiWorld's Longest
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d