Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Shelly Oberoi Elected As Delhi New Mayor :দিল্লী পৌৰ নিগমৰ মেয়ৰ নিৰ্বাচনত ধূলিসাৎ বিজেপি

আপৰ প্ৰাৰ্থী শৈলী অৱেৰয়ৰ জয়,বিজেপি প্ৰাৰ্থী ৰেখা গুপ্তা ৩৪ টা ভোটৰ ব্যৱধানত পৰাভূত

publisher by publisher
February 22, 2023
in India, News, Politics
Reading Time: 2 mins read
0
Shelly Oberoi Elected As Delhi New Mayor :দিল্লী পৌৰ নিগমৰ মেয়ৰ নিৰ্বাচনত ধূলিসাৎ বিজেপি
1
SHARES
13
VIEWS
ShareShareShareShare

Shelly Oberoi Elected As Delhi New Mayor:

সকলো জল্পনা কল্পনাৰ ওৰ পেলাই দিল্লী পৌৰ নিগমৰ মেয়ৰ পদৰ বাবে আজি অনুষ্ঠিত হোৱা হাই প্ৰফাইল নিৰ্বাচনত আম আদমী পাৰ্টিৰ প্ৰাৰ্থী শৈলী অৱেৰয় জয়ী হয় ৷

ADVERTISEMENT

দেশৰ ৰাজধানী চহৰ খনৰ মেয়ৰ পদৰ বাবে হোৱা নিৰ্বাচনত আপৰ প্ৰাৰ্থী শৈলী অৱেৰয়ে ১৫০ টা ভোট পোৱাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী ৰেখা গুপ্তাই লাভ কৰে ১১৬ টা ভোট ৷ ৩৪ টা ভোটৰ ব্যৱধানত পৰাজিত হয় বিজেপি প্ৰাৰ্থী গৰাকী। এক প্ৰকাৰ দিল্লীত ধূলিসাৎ হ’ল বিজেপি ৷

RelatedPosts

No Content Available

উল্লেখ্য যে,বিগত বৰ্ষৰ ডিচেম্বৰত দিল্লী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। তাৰ পাছতে মেয়ৰ নিৰ্বাচনৰ তাৰিখ তিনিবাৰ ঘোষণা কৰা হৈছিল ৷ কিন্তু আপ-বিজেপি বিবাদৰ বাবেই বিফল হৈছিল মেয়ৰ নিৰ্বাচন।

অৱশেষত সকলো উৎকণ্ঠাৰ অন্তত আজি আপৰ শৈলী অবেৰয় অৱশেষত দিল্লীৰ নতুন মেয়ৰ হিচাপে নিৰ্বাচিত হয় ৷ উল্লেখ্য যে শৈলীয়ে ১৫০ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ মেয়ৰ প্ৰাৰ্থী ৰেখা গুপ্তাই পায় ১১৬ টা ভোট লাভ কৰে ৷

নিৰ্বাচনত বিজেপি প্ৰাৰ্থী গৰাকী পৰাভূত হয় যদিও পুনৰ গণনাৰ দাবী তোলে বিজেপিয়ে ৷ তাৰ পাছতে পুনৰ ভোট গণনা হোৱাত মেয়ৰ নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াজনে আপৰ প্ৰাৰ্থী শৈলী ৩৪ টা ভোটৰ ব্যৱধানত জয়ী হোৱা বুলি ঘোষণা কৰে।

এই ঘোষণাৰ পাছতে আপ’ৰ কাউন্সিলৰসকলে পৌৰ নিগমৰ চৌহদত বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ মুখৰিত কৰি তোলাৰ লগতে আপৰ নেতা-কৰ্মী সকলে ইজনে সিজনক আবিৰ সানি আবতৰীয়া হলী উদযাপন কৰে ৷

মনকৰিবলগীয়া যে, দিল্লী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল আপৰ পক্ষত আছিল৷সেই অনুসৰি মেয়ৰ নিৰ্বাচনৰ বাবে দিন বাৰ থিক হোৱাৰ পাছতে বিজেপিয়ে বিষয়টো আওকান কৰি আছিল ৷

আনকি অভিযোগ উঠা মতে বিজেপিৰ ইচাৰাত উপ-ৰাজ্যপালে মেয়ৰ নিৰ্বচন অনুষ্ঠিত কৰাত বিধিপথালি দি আহিছিল ৷
শেহতীয়াকৈ উপ-ৰাজ্যপালৰ দ্বাৰা মনোনীত দহ সদস্যক ভোট দিয়াৰ সমগ্ৰ বিষয়টো আদালতৰ মজিয়া পাইগৈ ৷

উপ- ৰাজ্যপালৰ দ্বাৰা মনোনিত সদস্যসকলক ভোটদানৰ অধিকাৰ প্ৰদান নকৰিবলৈ আপে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে ৷

সৰ্বোচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি ৰায় দিয়ে যে, লেফটেনেণ্ট গভৰ্ণৰৰ দ্বাৰা মনোনীত সদস্যসকলে মেয়ৰ নিৰ্বাচনত ভোট দিব নোৱাৰিব। ইয়াৰ পাছতে সংখ্যাৰ বলত আপৰ বিজয় এক প্ৰকাৰৰ নিশ্চিত হয়।

সেই অনুসৰিয়ে আজি অনুষ্ঠিত মেয়ৰ নিৰ্বাচনত আপৰ প্ৰাৰ্থীৰ বিজয়ৰ পাছতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়াল আৰু উপ -মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই শৈলীক অভিনন্দন জনায় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AAP CandidateMCD Mayor ElectionNew MayorShelly Oberoi Elected
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d