Missing Cotton University Student: কটন বিশ্ববিদ্যালয়ৰ নিৰুদ্দেশ ছাত্ৰ

WhatsApp Image 2023 02 24 at 13.38.54

Missing Cotton University Student:

মহানগৰীৰ কটন বিশ্ববিদ্যালয়ৰ পৰা নিৰুদ্দেশ এজন ছাত্ৰ। বৃহস্পতিবাৰৰ নিশাৰ পৰা সন্ধানহীন হৈ আছে সূৰ্য নাৰায়ণ দাস নামৰ ছাত্ৰজন।

শ্বহীদ মোজাম্মিল হক ছাত্ৰাৱাসৰ পৰা নিশা ওলাই গৈছিল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ সূৰ্য নাৰায়ণ।

ইতিমধ্যে ঘটনা সন্দৰ্ভত লতাশিল থানাক অৱগত কৰা হৈছে । কোনো লোকে ছাত্ৰজনৰ সম্ভেদ পালে ৬০০১৩-৬৮৯১৪ নম্বৰত যোগাযোগ কৰাৰ আহ্বান জনাইছে।

Exit mobile version