Udalguri Police Encounter Incident :আৰক্ষী-ডিম্বেশ্বৰৰ পৰিয়ালৰ মাজত বৈঠক সমাপ্ত

Udalguri Police Encounter Incident :

আৰক্ষী-ডিম্বেশ্বৰৰ পৰিয়ালৰ মাজত বৈঠক সমাপ্ত | পৰিয়ালৰ লোকে দণ্ডাধীশক জনালে আৱেদন । ইয়াৰ পাছতহে মৃতদেহ খন্দাক লৈ সিদ্ধান্ত লোৱা হব । পূৰ্ৱৰ স্থিতিৰ বৰ্তমানেও অটল ডিম্বেশ্বৰৰ পৰিয়াল।

কেনাৰাম-ডিম্বেশ্বৰৰ মাজত আছিল বন্ধুত্বপূৰ্ণ সম্পৰ্ক । বিয়াঘৰত ভাত খাম বুলি ডিম্বেশ্বৰক মাতি আনিছিল কেনাৰামে ।

Exit mobile version