Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Mp Queen Uja Pressmeet:২০২৩-২০২৪ চনৰ কেন্দ্ৰীয় বাজেট সম্পৰ্কত সাংসদ সাংসদ কুইন ওজাৰ সংবাদমেল

publisher by publisher
February 19, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Mp Queen Uja Pressmeet:২০২৩-২০২৪ চনৰ কেন্দ্ৰীয় বাজেট সম্পৰ্কত সাংসদ সাংসদ কুইন ওজাৰ সংবাদমেল
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Mp Queen Uja Pressmeet :

দেওবাৰে মহানগৰীৰ হেঙেৰাবাৰীস্থ বিজেপিৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ কাৰ্যালয়ত গুৱাহাটীৰ সাংসদ কুইন ওজাই সম্বোধন কৰে এখন সংবাদমেল ৷

ADVERTISEMENT

কেন্দ্ৰীয় চৰকাৰৰ ২০২৩-২০২৪ বৰ্ষৰ বিত্তীয় পৰিকল্পনাৰ ওপৰত আলোকপাত কৰাৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে নিৰ্ধাৰিত বিভিন্ন উন্নয়ন মুলক আঁচনিৰ সমুহৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমুহৰ বিশ্লেষণ কৰি কুইন ওজাই কয়,২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেটে অমৃত কালৰ দৃষ্টিভংগী উপস্থাপন কৰিছে ৷

শক্তিশালী আৰু সামগ্ৰিক অৰ্থনীতিৰ বাবে ব্লুপ্ৰিন্ট তৈয়াৰ কৰা হৈছে | চাৰিটা পৰিবৰ্তনশীল সুযোগৰ দ্বাৰা পৰিচালিত তিনিটা গুৰুত্বই অমৃত কালৰ ভেটি গঠন কৰে৷ মুলধন বিনিয়োগৰ ব্যয় ৩৩% বৃদ্ধি পাই ১০ লাখ কোটি টকা হৈছে |

জিডিপি ৪.৫% ত কাৰ্যকৰী মুলধন ব্যয়, ২৩-২৪ বৰ্ষত বিত্তীয় ঘাটি ডিজিপিৰ ৫.৯ শতাংশ বুলি অনুমান কৰা হৈছে | সাংসদ ওজাই আৰু কয়, ২০২২-২৩ বিত্তীয় বৰ্ষত ৭% বৃদ্ধি পাব প্ৰকৃত ডিজিপি৷২০২৩ বিত্তীয় বৰ্ষত ৰপ্তানি ১২.৫% বৃদ্ধি পাব৷ উচ্চ মূল্যৰ উদ্যান শস্যৰ বাবে গুণগত মানৰ ৰোপন৷ সামগ্ৰীৰ উপলদ্ধতা বৃদ্ধি বাবে ২২০০ কোটি টকাৰ ব্যয় সৈতে আত্মনিৰ্ভৰ স্বচ্ছ প্ৰকল্প কাৰ্যসূচী হাতত লোৱা হৈছে বাজেট খনৰ জৰিয়তে |

আনহাতে ১৫৭ খন নাৰ্চিং কলেজ স্থাপন কৰা হ’ব সমগ্ৰ দেশত | প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ বাবে মুঠ ব্যয় ৬৬% বৃদ্ধিৰে ৭৯,০০০ কোটি টকা ধাৰ্য্য কৰা হৈছে | ৰে’লপথৰ বাবে সৰ্বাধিক ২.৪০ লাখ কোটি টকাৰ ব্যয়ৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ আছে সদ্য উদ্থাপিত বাজেটত |

অগ্ৰাধিকাৰ খণ্ডৰ ঋণৰ নাটনিৰ পুৰণৰ বাবে নগৰীয়া আন্তঃগাঁথনি উন্নয়ন পুঁজি (UIDF) গঠন কৰা হ’ব | গোবৰ্ধন আঁচনিৰ অধীনত ৫০০ টা নতুন আবৰ্জনাৰ পৰা সম্পদ” প্লান্টত মুঠ ১০ টা কাৰ্য্যকৰী হৈ উঠিছে উল্লেখ কৰে সাংসদ গৰাকীয়ে |

সংবাদমেলত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, আৰু বিজেপি মহানগৰ জিলাৰ সভাপতি তপন চন্দ্ৰ দাসৰ লগতে ৰাজ্যিক আহ্বায়ক দেৱান ধ্ৰুবজ্যোতি মৰলেও সংবাদমেল সম্বোধন কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bjp Guwahati Unit OfficeHengerabariIndian Budget 2023-24MP Quinn OjhaPressmeet
publisher

publisher

Related Posts

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক
India

August 20, 2026
নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d