Eviction Drive At Silsako Beel :মহানগৰীৰ বৰবাৰীৰ শিলসাঁকো বিলত উচ্ছেদ অভিযান

WhatsApp Image 2023 02 27 at 12.30.02

Eviction Drive At Silsako Beel:

মহানগৰীৰ বৰবাৰীৰ শিলসাঁকো বিলত আজি কামৰূপ মহানগৰ প্ৰশাসন চলাইছে উচ্ছেদ অভিযান ৷  পুৱা ভাগৰ পৰা চলা অভিযানত এফালৰ ভাঙি গৈছে ইটোৰ পাছত সিটোকৈ পকী ঘৰ আৰু কেঁচা ঘৰ ৷

প্ৰাপ্ত তথ্য মতে,বিলত নিৰ্মাণ কৰা হৈছে ৪৫৩ টাকৈ পকী আৰু কেঁচা ঘৰ ৷ উচ্ছেদৰ লক্ষ্য কৰা হৈছে ১২১ টাকৈ বাসগৃহ ৷
উল্লেখ্য যে,তিনিদিন ধৰি চলিব এই উচ্ছেদ অভিযান

Exit mobile version