Re-Removed On Twitter :টুইটাৰত পুনৰ ছাটাই, ৫০ কর্মীক অব্যাহতি দিলে মাস্কে

WhatsApp Image 2023 02 28 at 17.28.00

Re-Removed On Twitter :

এলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ পাছৰে পৰা মাইক্ৰ’ ব্লগিং ছাইটটোত কৰ্মচাৰী ছাটাই অভিযান অব্যাহত আছে।

এইবাৰ টুইটাৰৰ পৰা পুনৰ ৫০ জন কৰ্মচাৰীক অব্যাহতি দিলে মাস্কে। ছান ফ্রান্সিছক’ত থকা কাৰ্যালয়ৰ পৰা টুইটাৰে বিভিন্ন বিভাগত কৰ্মৰত প্ৰায় ৫০ জন কৰ্মচাৰীক ছাটাই কৰিলে।

উল্লেখ্য যে টুইটাৰ ক্ৰয়ৰ পাছত মাস্কে ৰাজহ হ্ৰাসৰ অভিযোগত যোৱা নৱেম্বৰত প্ৰতিষ্ঠানটোৰ ৫০ শতাংশ কৰ্মচাৰীক অব্যাহতি দিছিল। সম্প্রতি টুইটাৰৰ কৰ্মচাৰীৰ সংখ্যা ৭০ শতাংশ হিচাপে দুই হেজাৰলৈ অৱনমিত হ’ল।

Exit mobile version