Zubeen Garg : পুনৰ বিতৰ্কত জুবিন গাৰ্গ

Zubeen Garg :

বিতৰ্কত থাকি যেন ভাল পাই জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ।পুনৰ বিতৰ্কত নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ ।

এইবাৰ গান নোগোৱাকৈয়ে মঞ্চ এৰিলে জুবিন গাৰ্গে ।

শিৱসাগৰত গীত পৰিৱেশন কৰিবলৈ মঞ্চত উঠি ‘আজি মোৰ গান গাবলৈ মন নাই বুলিয়ে মঞ্চৰ পৰা নামিল জুবিন গাৰ্গ।

জনপ্ৰিয় গায়কজনৰ গীত উপভোগ কৰিবলৈ নোপোৱাত ক্ষোভ উজাৰিছে শিৱসাগৰবাসীয়ে।

Exit mobile version