Baby boy :  অমানৱীয় ! মহানগৰীৰ কাহিলীপাৰাৰত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা

effaeb11 8034 4e08 b144 38149e1b0239

Baby boy :

মহানগৰীৰ কাহিলীপাৰাৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।

নিজৰ পাঁচ মহীয়া সন্তানক নিৰ্যাতন চলালে পাষাণ এজন পিতৃয়ে।

বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ ঘটনা।

দানৱৰূপী পিতৃ অলকেশ গোস্বামীয়ে শিশুটিৰ মাতৃক বাহিৰলৈ পঠিয়াই শিশুটিৰ দুয়োখন ভৰিৰ লগতে এখন হাত ভাঙি পেলায় ।

বৰ্তমান জি এমচিএছৰ আইচিইউ ত ভৰ্তি কৰোৱা হৈছে শিশুটিক।

ইতিমধ্যে পিতৃ অলকেশ গোস্বামীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Exit mobile version