Guwahati Earthquake : গুৱাহাটী আৰু পাশ্বৰ্ৱতী অঞ্চলত ভূমিকম্পৰ মৃদু কম্পন

ৰিখটাৰ স্কেলট ভূমিকম্পৰ প্ৰাবল্য ৩.২

WhatsApp Image 2023 03 08 at 12.02.43 1

Guwahati Earthquake :

গুৱাহাটী আৰু ইয়াৰ পাশ্বৰ্ৱতী অঞ্চলত আজি পুৱতি নিশা অনুভূত হয় ভূমিকম্পৰ জোকাৰণি । ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.২। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল কামৰূপ জিলা।

ভূপৃষ্ঠৰ পৰা প্ৰায় দহ কিলোমিটাৰ গভীৰতাত আছিল ইয়াৰ উৎস। ভূমিকম্পৰ ফলত হয় নাই কোনো ক্ষয়–ক্ষতি

Exit mobile version