Photo Session:আজিৰ পৰা ২৭ দিনীয়াকৈ আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন

WhatsApp Image 2023 03 10 at 16.09.27

Photo Session:

বাজেট অধিৱেশনৰ প্ৰথম দিনটোত সদনত অভিভাষণ দিয়াৰ পূৰ্বে ৰাজ্যৰ নৱনিযুক্ত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াক আদৰণি জনাই বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ,মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

ৰাজ্যপাল কাটাৰিয়াৰ সৈতে বিধানসভাৰ অধ্যক্ষ ,মুখ্যমন্ত্ৰী সহ মন্ত্ৰী-বিধায়কে উঠিলে সমুহীয়া ফটো ৷

Exit mobile version