New Ips Officer Meet Cm:নৱ নিযুক্ত ৯ আই পি এছ বিষয়াৰে মতবিনিময় মুখ্যমন্ত্ৰীৰ

WhatsApp Image 2023 03 18 at 17.18.18

New Ips Officer Meet Cm:

অসম আৰু মেঘালয় কেডাৰত নতুনকৈ নিযুক্তি পোৱা নজনকৈ ভাৰতীয় আৰক্ষী বিষয়াই আজি জনতা ভৱনত সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক ৷

২০১৯,২০২০,২০২১ বেটছৰ আই পি এছ বিষয়া কেই গৰাকীৰ সৈতে মুখ্যমন্ত্ৰীয়ে আইন শৃংখলা আৰু নিৰাপত্তা দিশ সন্দৰ্ভত মতবিনিময় কৰে ৷

তৰণ বিষয়া কেইগৰাকীক নিজ কৰ্তব্য সুচাৰুৰূপে কৰিবলৈ মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে ৷

Exit mobile version