TikTok : ব্রিটেইন-নিউজিলেণ্ডতো নিষিদ্ধ হ’ল চীনৰ ‘টিক্টক’

images 4 2

TikTok :

এইবাৰ চীনৰ বিৰুদ্ধে ডিজিটেল ষ্টাইক চলালে ব্রিটেইন আৰু নিউজিলেণ্ডে। এই দুই দেশত নিষিদ্ধ হ’ল চীনা ভিডিঅ’ এপ ‘টিক্‌ক্টক’।

এই এপৰ জৰিয়তে গোপনে চীনা প্রতিষ্ঠানে আন দেশত চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ উত্থাপন কৰি ব্ৰিটেইন আৰু নিউজিলেণ্ডে ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত টিক্টক নিষিদ্ধ কৰাৰ সিদ্ধান্ত ল’লে ৷ উল্লেখ্য যে ভাৰত আৰু আমেৰিকাৰ পাছত ব্ৰিটেইন আৰু নিউজিলেণ্ডে টিক্টক নিষিদ্ধ কৰিলে।

Exit mobile version