Meghalaya Road Accident:নিশা মেঘালয়ত অঘটন

গুৱাহাটীৰ পৰা যোৱা নৈশ বাছ পথৰ ওপৰত বাগৰি পৰিল ,আহত বহু কেইজন যাত্ৰী

WhatsApp Image 2023 03 21 at 12.31.20

Meghalaya Road Accident:

যোৱা কেইবাদিনো ধৰি অব্যাহত থকা কিনকিনিয়া বৰষুণৰ মাজতে চুবুৰীয়া ৰাজ্য মেঘালয়ত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা

গুৱাহাটীৰৰ পৰা কৰিমগঞ্জৰ বদৰপুৰ অভিমুখে যাত্ৰা কৰা যাত্ৰীবাহী এ আৰ ২০- ৯০৯৯ নম্বৰৰ নৈশবাছ খনে নিশা ভাগত নংপোত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে ৷

ফলত আহত হয় বহু কেইগৰাকী যাত্ৰী ৷ আহতসকলক নিশাই নংপোৰ স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। সকলো যাত্ৰীয়ে বতৰ্মান সুস্থিৰ বুলি জানিব পৰা গৈছে ৷

Exit mobile version