Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

G20 Meeting In Guwahati: আজি গুৱাহাটীত আৰম্ভ হ’ল ‘জি-২০’ৰ ‘এছএআই২০’ শীর্ষক প্রতিনিধি বৈঠক

বৈঠক উদ্বোধন কৰে ‘চিএজি অব ইণ্ডিয়া’ গিৰীশ চন্দ্ৰ মুৰ্মুয়ে

publisher by publisher
March 13, 2023
in Assam, News
Reading Time: 2 mins read
0
G20 Meeting In Guwahati: আজি গুৱাহাটীত আৰম্ভ হ’ল ‘জি-২০’ৰ ‘এছএআই২০’ শীর্ষক প্রতিনিধি বৈঠক
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

G20 Meeting In Guwahati :

ভাৰতৰ অধ্যক্ষতাত ‘জি-২০’ৰ ‘এছএআই২০ এনগেজমেন্ট গ্রুপ’ৰ জ্যেষ্ঠ বিষয়া পৰ্যায়ৰ প্ৰথমখন বৈঠক আজি গুৱাহাটীত আৰম্ভ হয়৷ ভাৰতৰ ‘নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক’ (চিএজি) গিৰীশ চন্দ্ৰ মুর্মুয়ে ‘সর্বোচ্চ অডিট প্রতিষ্ঠান-২০’ (এছএআই২০)ৰ ‘এনগেজমেন্ট গ্রুপ’ৰ অধ্যক্ষ হিচাপে আলোচনাৰ নেতৃত্ব প্ৰদান কৰে ৷

ADVERTISEMENT

উদ্বোধনী ভাষণত ‘চিএজি’-য়ে কয় যে ‘ এছ এআই২০’ৰ জ্যেষ্ঠ বিষয়াসকলৰ ২০২৩বৰ্ষৰ বৈঠকখন হৈছে ‘জি-২০’ দেশসমূহৰ সৰ্বোচ্চ অডিট প্রতিষ্ঠান সমূহৰ সামগ্ৰিক বিকাশ আৰু কল্যাণ নিশ্চিত কৰাৰ বাবে গোলকীয় সহযোগিতা আৰু সামূহিক প্ৰচেষ্টাৰ এক প্ৰতীক।

ভাষণ প্ৰসংগত ‘চিএজি’ যে আলোকপাত কৰি কয় যে পৃথিৱীখন একাধিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, আৰু আটাইতকৈ কঠিন প্ৰত্যাহ্বানসমূহ হৈছে বহনক্ষম উন্নয়ন আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰসংগত।

তেওঁ লগতে কয় যে জলবায়ু পৰিৱৰ্তন আৰু জৈৱ বৈচিত্ৰ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ, খাদ্য সুৰক্ষা হৈছে বহনক্ষম উন্নয়নৰ লক্ষ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা প্ৰত্যাহ্বান।

তেওঁ সকলোৰে বাবে এক সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰাৰ বাবে বিশ্ব সম্প্রদায় এই সমস্যাসমূহৰ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

উদীয়মান প্ৰযুক্তিৰ সুস্থিৰতা, বিকাশ আৰু ভূমিকাৰ গুৰুত্বক স্বীকাৰ কৰি তেওঁ কয় যে ‘এছএআই২০’য়ে প্রাথমিকতা প্ৰদান কৰা ক্ষেত্ৰসমূহ হৈছে- “নীলা অৰ্থনীতি আৰু “দায়িত্বশীল কৃত্রিম বুদ্ধিমত্তা, ” যিয়ে নতুন যুগৰ সুযোগ আৰু উদ্বেগক প্ৰতিনিধিত্ব কৰে আৰু গোলকীয় অভিজ্ঞতা আৰু পদক্ষেপসমূহ বুজি পোৱাৰ প্ৰচেষ্টা আৰু এই ক্ষেত্ৰসমূহত বহিঃ অংশীদাৰীপক্ষসমূহে এই ক্ষেত্ৰসমূহৰ ভূমিকাক কেনেদৰে প্ৰত্যক্ষ কৰে সেয়া জানিবলৈ প্ৰকৃত সহযোগিতাৰ পোষকতা কৰে।

চিত্ৰজি-য়ে জানিবলৈ দিয়ে যে তেওঁলোকে চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ সৈতে বাৰ্তালাপত মিলিত হোৱাৰ লগতে যোৱা মাহত এই বিষয়বস্তুসমূহৰ সন্দৰ্ভত আলোচনাচক্র অনুষ্ঠিত কৰিছিল।

নীলা অৰ্থনীতিৰ প্ৰাথমিকতা প্রদানকাৰী ক্ষেত্ৰসমূহৰ গুৰুত্ব সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰি চিএজিয়ে কয় যে নীলা অর্থনীতি হৈছে এক অর্থনৈতিক প্রণালী য’ত সামুদ্ৰিক আৰু সতেজ পানীৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় এলানি নীতি আৰু কাৰ্যকৰী মাত্ৰা অন্তর্ভুক্ত থাকে যিয়ে ইয়াৰ বহনক্ষম ব্যৱহাৰ, খাদ্য আৰু শক্তি উৎপাদন, জীৱিকা নিৰ্বাহত সহযোগিতাৰ লগতে অর্থনৈতিক অগ্রগতি আৰু কল্যাণৰ চালিকা শক্তি হিচাপে ভূমিকা পালন কৰে ।

নীলা অৰ্থনীতিয়ে যিহেতু পৃথিৱী গ্ৰহৰ লগতে জীৱন-জীৱিকাৰ ব্যাপক পৰিৱৰ্তন সাধন কৰিব পাৰে সেয়ে, সময়ৰ সৈতে নীলা অৰ্থনীতিৰ নিৰন্তৰ বিকাশ নিশ্চিত কৰিবলৈ এই দুটা লক্ষ্যৰ মাজত এক সফল সন্তুলন গঢ়ি তোলাত ‘চিত্রজি’-য়ে গুৰুত্ব আৰোপ কৰে।

উপকূলীয় অঞ্চলসমূহত সম্পন্ন হোৱা অপৰিকল্পিত আৰু অনিয়ন্ত্ৰিত বিকাশৰ তথ্যাৱলী গণনাত অন্তৰ্ভুক্ত কৰাৰ লগতে এই অঞ্চলসমূহত বাস কৰা লোকসকলৰ জীৱন- জীৱিকাত যাতে বিৰূপ প্ৰভাৱ নপৰে সেয়া নিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট চৰকাৰসমূহে প্রমাণিক পদক্ষেপ গ্ৰহণত গুৰুত্ব আৰোপ কৰে চিত্ৰজি-য়ে।

দ্বিতীয় প্রাথমিকতা প্রাদনক্ষেত্র- ‘দায়িত্বশীল কৃত্রিম বুদ্ধিমত্তা’ (এআই)ৰ বিষয়ে কোৱাৰ সময়ত, ‘চিএজি’য়ে উল্লেখ কৰে যে ‘এআই’ প্ৰযুক্তিৰ গণতান্ত্ৰিককৰণ অনিবাৰ্য আৰু ‘এআই’ক লক্ষ্য নিৰ্দ্ধাৰিত ৰূপত আৰু সময়সাপেক্ষ হস্তক্ষেপৰ জৰিয়তে নাগৰিক আৰু দেশক লাভান্বিত কৰিব পৰাকৈ ব্যৱহাৰ কৰিব পাৰি।

‘চিত্রজি’য়ে লগতে উল্লেখ কৰে যে স্বাস্থ্যসেৱা, খুচুৰা, বিত্ত, কৃষি, খাদ্য, জলসম্পদ, পৰিৱেশ আৰু প্ৰদূষণ, শিক্ষা, বিশেষ প্রয়োজনীয়তা, পৰিবহন, শক্তি, ৰাজহুৱা সুৰক্ষা, দুর্যোগ ব্যৱস্থাপনা, ন্যায়পালিকা আদি ক্ষেত্ৰৰ সৈতে সম্পর্কিত সমস্যা সমাধান কৰাৰ ক্ষেত্ৰতো ‘কৃত্রিম বুদ্ধিমত্তা’ই সম্ভাৱনীয়তা বহণ কৰিছে।

ৰাজহুৱা সেৱাসমূহৰ স্বতন্ত্ৰ আৰু বস্তুনিষ্ঠ পৰীক্ষা সম্পাদন কৰা আৰু উন্নয়ন আৰু সুযোগৰ ক্ষেত্ৰসমূহ চিনাক্ত কৰাৰ ক্ষেত্ৰত নীতি নিৰ্মাতাসকলৰ বাবে অতি প্ৰয়োজনীয় প্রতিক্রিয়া প্ৰণালী হিচাপে কাম কৰাৰ বাবে ‘উচ্চতম অডিট প্রতিষ্ঠান সমূহৰ শাসনা দেশসমূহৰ ওপৰত আলোকপাত কৰি চিত্ৰজি’য়ে গুৰুত্ব আৰোপ কৰে যে ‘নীলা অৰ্থনীতি’ আৰু ‘কৃত্রিম বুদ্ধিমত্তা’ দুয়োটাই যিহেতু উদীয়মান ক্ষেত্র, সেয়েহে, ‘উচ্চতম অডিট প্ৰতিষ্ঠান সমূহে এই বিশিষ্ট খণ্ডকেইটাক উপেক্ষা কৰিব নোৱাৰে।

‘এছএআই’-ক নেতৃত্ব দিয়াৰ বাবে এক ‘অডিটিং ফ্ৰেমৱৰ্ক’ আৰু ‘গ্রেনুলাৰ চেকলিষ্ট’ যুগুতাই উলিওৱাটো অত্যাৱশ্যকীয় বুলি উল্লেখ কৰি ‘চিএজি’-য়ে কয় যে ইয়ে ‘অডিট’সকলক কেৱল বিস্তৃত নিৰ্দেশনাই প্ৰদান নকৰিব বৰঞ্চ, এই দুয়োটা খণ্ডক অর্থপূর্ণ ভাবে ‘অডিট’ কৰাৰ বাবে নির্দিষ্ট ‘টুলকিট’ও প্রদান কৰিব ৷

গোলকীয় প্রশিক্ষণ প্ৰদানকাৰী গোট হিচাপে কাৰ্যনিৰ্বাহ কৰিব লগা ‘এছএআই ইণ্ডিয়া’ৰ ‘আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ গণনা আৰু বহনক্ষম উন্নয়ন কেন্দ্র (আইচিইডি)টোক ‘নীলা অৰ্থনীতি’ৰ ‘উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা হৈছে আৰু এপ্ৰিলৰ শেষত প্ৰথম ৰাষ্ট্ৰীয় প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হ’ব বুলি জানিবলৈ দিয়ে ‘চিত্রজি’-য়ে।

বৈঠকত ‘জি-২০’ সদস্য দেশৰ ‘এছএআই’, অতিথি ‘এছএআই’ আৰু ‘বিশ্ব বেংক’ৰ ৩৯ গৰাকী ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্রতিনিধিয়ে আমন্ত্ৰিত সংগঠনসমূহৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰে। ‘জি-২০’ সদস্য দেশ, অতিথি দেশ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্রতিনিধিসকলেও ‘এছএআই২০’ অনুষ্ঠানত অংশগ্ৰহণ কৰে।

অষ্ট্ৰেলিয়া, ব্রাজিল, ইজিগু ইণ্ডোনেছিয়া, ওমান, কোৰিয়া গণৰাজ্য, ৰাছিয়া, চৌদি আৰৱ, তুৰস্ক আৰু ইউএই-ৰ ‘এছএআই’য়েও সভাত অংশগ্ৰহণ কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamG20Guwahati
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d