Achurjya Borpatra : ৰাজনৈতিক দলত যোগদান কৰিব নেকি আচুৰ্য বৰপাত্ৰই ! কি ক’লে কণ্ঠশিল্পীগৰাকীয়ে

WhatsApp Image 2023 03 22 at 19.41.25

Achurjya Borpatra :

সকলো জল্পনা কল্পনা অন্ত পৰিল । অৱশেষত ৰাজনৈতিক দলত যোগদান কৰাৰ বিষয়ক লৈ মুখ খুলিলে জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই

কোনো ৰাজনৈতিক দলত যোগদান নকৰে জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই । বিগত কিছুদিন ধৰি চলি অহা ভুৱা বাতৰিক লৈ নিজৰ স্পষ্টীকৰণ দিলে বৰপাত্ৰই ।

তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে লিখিলে , “মই কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ কথা সম্পূৰ্ণ ভিত্তিহীন । মোক গানৰ আচুৰ্য বৰপাত্ৰ হৈয়ে থাকিবলৈ দিয়ক । ” ইয়াৰ উপৰিও তেওঁ ভুল কথা প্ৰচাৰ নকৰিবলৈও ৰাইজক অনুৰোধ জনাই ।

Exit mobile version