Guwahati Visit Singapur High Commissioner: জনতা ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ ছিংগাপুৰৰ উচ্চায়ুক্ত ছাইমন য়ঙৰ

WhatsApp Image 2023 03 25 at 17.46.46

Guwahati Visit Singapur High Commissioner:

ভাৰতস্থ ছিংগাপুৰৰ উচ্চায়ুক্ত ছাইমন য়ঙ- এ শনিবাৰে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক ৷ এদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ছিংগাপুৰৰ উচ্চায়ুক্ত গৰাকীয়ে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতে উস্ম আদৰণি জনায় মুখ্যমন্ত্ৰীয়ে ৷

মুখ্যমন্ত্ৰী আৰু উচ্চায়ুক্ত গৰাকীয়ে অসম আৰু ছিংগাপুৰৰ মাজত পৰ্যটন আৰু চাহ উদ্যোগ সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মনবিনিময় কৰে ৷

Exit mobile version