Income Tax Raids Contractor Anil Das’s Residence And Office:প্ৰতিষ্ঠিত ঠিকাদাৰ অনিল দাসৰ বাসগৃহ আৰু কাৰ্যালয়ত আয়কৰৰ অভিযান

WhatsApp Image 2023 03 27 at 18.12.26

Income Tax Raids Contractor Anil Das’s Residence And Office:

মহানগৰীৰ প্ৰতিষ্ঠিত ঠিকাদাৰ – ব্যৱসায়ী অনিল দাসৰ বাসগৃহত আজি পুৱাৰে পৰা আয়কৰ বিভাগে চলায় তালাচী ।
ঠিকাদাৰ গৰাকীৰ কামৰূপ গ্ৰাম্য জিলাৰ মিৰ্জাস্থিত বাসগৃহ,গুৱাহাটীৰ হেঙেৰাবাৰীৰ বাসগৃহ আৰু কাৰ্যালয়তো মাৰাথন অভিযান চলায় আয়কৰ বিভাগে ৷

আয়কৰ বিভাগে এই তালাচী সন্দৰ্ভত কোনো তথ্য সদৰি কৰাৰ পৰা বিৰত আছে যদিও বিশেষ সূত্ৰে জানিব পৰা মতে জি এছ টি সম্পৰ্কত চলোৱা হৈছে এই তালাচী

উল্লেখ্য যে, মহানগৰীৰ চুপাৰ মাৰ্কেটৰ তিনিকোণীয়া উৰণীয়া সেতু নিৰ্মাণ সম্পূৰ্ণৰ পাছত অনিল দাসে শেহতীয়াকৈ ক্ষীপ্ৰতাৰে নিৰ্মাণ কৰিছে জুৰোড তিনিআলিৰ উৰণীয়া সেঁতু ৷

Exit mobile version