WPL 2023 : মুম্বাই ইণ্ডিয়ানছৰ জয়লাভৰ পাছতেই জিণ্টিমণিৰ বাসগৃহত আনন্দৰ বৈন্যা

images 3 2

WPL 2023 :

আনন্দত আত্মহাৰা মঙলদৈবাসী। মুম্বাই ইণ্ডিয়ানছ দলে প্ৰথমখন WPLত জয়লাভ কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰিছে জিণ্টিমণি কলিতাৰ পৰিয়াল লগতে মঙলদৈবাসী।

ADVERTISEMENT

উল্লেখযোগ্য যে মুম্বাইত অনুষ্ঠিত হৈছিল Women’s Premier League (WPL) 2023ৰ ফাইনেল ।ফাইনেলত দেলহী কেপিটেলছৰ বিৰুদ্ধে সাত উইকেটত জয়ী হয় মুম্বাই ইণ্ডিয়ানছ।

প্ৰথমে বেটিং কৰি দেলহী কেপিটেলছে ১৩২ ৰানৰ লক্ষ্য বান্ধি দিয়ে। মুম্বাই ইণ্ডিয়ানছ দলে তিনিটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৩৪ ৰান।

জয়লাভৰ পাছতেই এতিয়া জিণ্টিমণিৰ বাসগৃহত ফটকা ফুটাই আনন্দ–ফূৰ্তি কৰা দেখা গ’ল আত্মীয়–স্বজনে ।

Exit mobile version